ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2025 7:14 PM | Dr Bhupen Hazarika

printer

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত ৭ ছেপ্তেম্বৰত চাইক্ল’থনৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিব্ৰুগড় জিলাত অহা ৭ ছেপ্তেম্বৰত চাইক্ল’থনৰ আয়োজন কৰা হৈছে। প্ৰদূষণমুক্ত সেউজ পৰিৱেশ গঢ়ি তোলাৰ লগতে চাইকেল চলোৱাৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে চাইক্ল’থনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপ-সভানেত্ৰী, শিল্পী মনিষা হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।