ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 8:01 PM | Dr Bhupen Hazarika

printer

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বিশেষ এটি স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ এশ টকাৰ মূল্যৰ এটি স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা বার্তাযোগে এই কথা প্ৰকাশ কৰে। তেওঁ এই পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।