February 4, 2025 12:09 PM February 4, 2025 12:09 PM
5
ছিৰিয়াত গাড়ী বোমা বিস্ফোৰণত ২০গৰাকী লোকৰ মৃত্যু
ছিৰিয়াত কালি এটা গাড়ী বোমা বিস্ফোৰণত কমেও ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ সৰহ সংখ্যকেই মহিলা। মনবিজ অঞ্চলত হোৱা বিস্ফোৰণটোত আন ১৫গৰাকী যুৱতী-মহিলাও আহত হয়। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি প্রশাসনে প্রকাশ কৰিছে। এইটো হৈছে মনবিজ অঞ্চলত শেহতীয়া তিনিটা দিনত সংঘটিত দ্বিতীয়টো এনে গাড়ী ...