February 4, 2025 1:01 PM February 4, 2025 1:01 PM
5
নগাঁৱৰ ছাপানালাৰ ছম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ডমেলা
নগাঁও জিলাৰ ছাপানালাৰ ছম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ডমেলাৰ আয়োজন কৰা হৈছে। মেলা উদযাপন সমিতিয়ে প্ৰকাশ কৰা মতে এই মেলাত অংশ ল'বলগীয়া লোকসকলৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পুৰণি গুডামৰ গড়মূৰ তিনিআলিৰ পৰা ১৫ কিলোমিটাৰ পূব দিশত অৱস্থিত প্রাকৃতিক সৌন্দ...