February 5, 2025 1:08 PM February 5, 2025 1:08 PM
7
ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ বিকাশজ্যোতি বৰা
গুৱাহাটী ডবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশজ্যোতি বৰা ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে। যোৱা ১ ফেব্ৰুৱাৰীত বিশ্ব ডবা সংস্থাই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি তেওঁ ১,৫৬৬ ৰেটিং পইণ্ট লাভ কৰে। যোৱা বছৰৰ ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ...