February 7, 2025 11:17 AM February 7, 2025 11:17 AM

views 5

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনটোত পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ ভাগলৈ অনুষ্ঠিত মুক...

February 7, 2025 11:13 AM February 7, 2025 11:13 AM

views 5

দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে জলাশয়টোৰ সীমা সম্পূৰ্ণকৈ নিৰ্ধাৰণ নোহোৱালৈকে অঞ্চলটোত সকলো ধৰণৰ খনন আৰু নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ৰামচৰ...

February 7, 2025 11:07 AM February 7, 2025 11:07 AM

views 7

জিলা আয়ুক্তসকলৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ’ কনফাৰেন্সিংযোগে বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে এখন বৈঠকত মিলিত হয়। বৈঠকখনত অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি ৰাজ্যৰ আৰ্থ- সামাজিক উন্নয়নত বিশেষ ভূমিকা থকা আঁচনিসমূহক লৈ আলোচনা কৰা হয়। জিলা আয়...

February 7, 2025 10:59 AM February 7, 2025 10:59 AM

views 7

জাপানৰ প্রতিনিধি দলৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ ইতিবাচক বার্তা কঢ়িয়াই কালি জাপানৰ এটা প্রতিনিধি দল অসমত উপস্থিত হয়। ৫১জনীয়া দলটোৱে জাগীৰোডত নিৰ্মাণ কাৰ্য চলি থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বিশেষ বৈঠকতো অংশগ্ৰ...

February 7, 2025 10:49 AM February 7, 2025 10:49 AM

views 3

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ৪ উইকেটত জয়লাভ

নাগপুৰৰ বিধৰ্ভ ক্রিকেট এছোছিয়েছন ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ ৩ খনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি ৪৭ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৮ অভাৰ আৰু ৪টা বলত ...

February 7, 2025 10:42 AM February 7, 2025 10:42 AM

views 12

প্ৰয়াগৰাজত নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ডিজিটেল প্ৰদৰ্শনী

প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত জনসাধাৰণৰ মাজত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন ডিজিটেল প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে...

February 7, 2025 10:39 AM February 7, 2025 10:39 AM

views 4

গ্ৰীচৰ বৈদেশিক মন্ত্ৰীৰে মন্ত্ৰী ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক আলোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্রিটিজে কালি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পাৰিক স্বার্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত নিজৰ মত বিনিময় কৰে। বৈঠকৰ সময়ত জয়শংকৰে ভাৰত-গ্ৰীচৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি কয়, যে ভ...

February 7, 2025 10:33 AM February 7, 2025 10:33 AM

views 10

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথৰ মাজত বিশেষ আলোচনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। টেলিফোন যোগে হোৱা বাৰ্তালাপত দুয়ো স্থল, বায়ু, সামুদ্ৰিক আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়সমূহ পর্যালোচনা কৰে। এই বাৰ্তালাপতে শ্রীসিঙে আমেৰিকা প্ৰত...

February 7, 2025 10:31 AM February 7, 2025 10:31 AM

views 6

ভাৰত-স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক সমাপ্ত

ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত দুয়ো পক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ গতি-বিধি পর্যালোচনা কৰাৰ উপৰি সামুদ্রিক ক্ষেত্ৰকে ধৰি বিভিন্ন যৌথ কাৰ্যসূচীক লৈ আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰি...

February 7, 2025 10:27 AM February 7, 2025 10:27 AM

views 9

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে সকলো যাৱতীয় প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া আৰ এলিছ বাজে কয়, যে আটাইকেইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী তথ্যপাতিসমূহ চালি জাৰি চোৱা হৈছে। তেওঁ কয়, যে এই প্ৰক্ৰিয়াৰ সময়ছোৱাত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি প্ৰাৰ্থী...