February 7, 2025 6:15 PM February 7, 2025 6:15 PM
7
বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা ভাৰতৰ
ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়শোৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীন বাংলাদেশৰ ইতিহাসৰ চিহ্নস্বৰূপ এই ঐতিহাসিক ভৱন ধ্বংস কৰি পেলোৱাটো সঁচাকৈয়ে অতি দুখৰ বিষয়। তেওঁ কয় ...