February 10, 2025 1:24 PM February 10, 2025 1:24 PM
13
ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ সামৰণি
ধেমাজি জিলাৰ জিয়াচলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ তিনি শহস্রাধিক লোকে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত মিচিং, দেউৰী, গাৰোকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে অংশ লয়। সাংস্কৃতি...