February 20, 2025 7:38 AM February 20, 2025 7:38 AM
16
আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত পাকিস্তান ৬০ ৰাণত পৰাস্ত
আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ প্ৰথমখন খেলত যোৱা নিশা নিউজিলেণ্ডে যোৱা বাৰৰ চেম্পিয়ন পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে। কৰাছীত অনুষ্ঠিত খেলখনত পাকিস্তানে উছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক নিয়ন্ত্ৰণত ৰখাৰ বাবে যথেষ্ট সংঘর্ষ কৰিবলগীয়া হয়। নিউজিলেণ্ডে নি...