February 20, 2025 7:41 PM February 20, 2025 7:41 PM
27
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাৰ শপত গ্ৰহণ
বিজেপি নেত্ৰী ৰেখা গুপ্তাই আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লী বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শালিমাৰবাগ সমষ্টিৰ পৰা জয়লাভ কৰা নেত্ৰীগৰাকীয়ে নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্...