February 23, 2025 11:24 AM February 23, 2025 11:24 AM

views 14

জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ আহ্বান কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ বাবে আহ্বান জনাইছে। ড০ সিঙে কয়, যে এনে সমন্বয়ৰ বাবে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎ‍সালয়ে সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে চৰকাৰে দেশৰ দুৰ্গম...

February 23, 2025 11:17 AM February 23, 2025 11:17 AM

views 6

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত সু-সম্পর্ক থকা বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। চৰকাৰী ভ্ৰমণসূচীৰে যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ...

February 23, 2025 11:14 AM February 23, 2025 11:14 AM

views 9

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত  গুৱাহাটীত উপস্থিত হব বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্রতিনিধি দল

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ এটা প্রতিনিধি দল আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা। জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড ছিংগাপুৰ, অস্ট্রেলিয়া, জার্মানী, ইটালী, ভূটানকে ধৰি ৰাষ্ট্ৰসমূহৰ প্ৰ...

February 23, 2025 11:09 AM February 23, 2025 11:09 AM

views 7

কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ দ্বাৰা সম্ভৱ বুলি কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে সকলো লোককে নিজৰ সামৰ্থ অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা আৰু প্ৰতিটো পৰিয়ালকে সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ জৰিয়তেহে সম্ভৱ বুলি প্ৰকাশ কৰিছে। যোৱা তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সমবায় বিপ্লবক বিশেষ গুৰুত্ব দিয়াৰ পৰি...

February 23, 2025 11:01 AM February 23, 2025 11:01 AM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচীৰে আজি ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদীয়ে আজি মধ্যপ্ৰদেশৰ চত্তৰপুৰ জিলাৰ বাঘেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। এই চিকিৎসালয়খনত অত্যাধুনিক আহিলা পাতি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায...

February 22, 2025 9:32 PM February 22, 2025 9:32 PM

views 12

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ কটকটীয়া সুৰক্ষা ব্যৱস্থা, প্ৰস্তুতি প্রায় সম্পূৰ্ণ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই সন্মিলনত ভাগ লোৱাৰ বাবে পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ'ব। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়...

February 22, 2025 9:30 PM February 22, 2025 9:30 PM

views 4

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কৃষিমন্ত্রী অতুল বৰা বৈঠক

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রহণেৰে হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি কৃষিমন্ত্রী অতুল বৰাই জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সন্মিলনত ৰাজ্যৰ কৃষিবিভাগৰ উদ্যোগত চাহ, বাঁহ উদ্যোগ, অগৰ প্ৰসংস্কৰণ আৰু মূল্য সংযোজনকে ধৰি কেইবাটাও বিষয়ত অ...

February 22, 2025 9:29 PM February 22, 2025 9:29 PM

views 5

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ কেইবাগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে কেইবাগৰাকী মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অধীনৰ বিভিন্ন স্থানত দুষ্টচক্ৰই অব্যাহত ৰখা মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ ঘাটিত আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আহি...

February 22, 2025 9:28 PM February 22, 2025 9:28 PM

views 8

কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৫ দিনীয়াকৈ সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত কালিৰে পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পল্টন বজাৰৰ নেহৰু যুৱ কেন্দ্ৰৰ আৱাসত উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্য...

February 22, 2025 9:27 PM February 22, 2025 9:27 PM

views 14

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড’ৰ ষ্টেডিয়ামত অস্মিতা বেডমিণ্টন প্রতিযোগিতা

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড'ৰ ষ্টেডিয়ামত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ উদ্যোগত আৰু বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আজিৰে পৰা অস্মিতা বেডমিণ্টন প্রতিযোগিতাৰ আয়োজন কৰিছে। দেশৰ মহিলা খেলুৱৈসকলৰ উত্তৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে গ্ৰহণ কৰা অ...