March 8, 2025 7:56 PM March 8, 2025 7:56 PM
7
পঞ্চমবাৰৰ বাবে ভাৰতীয় মহিলা কাবাডীৰ দলৰ এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন
ভাৰতীয় মহিলা কাবাডীৰ দলে পঞ্চমবাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন কৰিছে। যোৱা বাৰৰ ছেম্পিয়ন ভাৰতে আজি বিয়লি টেহেৰানত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত আয়োজক দেশ ইৰাণক ৩২-২৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।