March 9, 2025 11:29 AM March 9, 2025 11:29 AM
23
শ্ৰমিকসকলক ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ আহ্বান
শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে বিভিন্ন সংস্থাত কাম কৰা শ্ৰমিকসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উপকাৰ লাভ কৰাৰ বাবে ই-শ্রম প'ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১ হাজাৰৰো অধিক তালিকাভুক্ত ৰাজহুৱা আৰু ব্যক...