March 12, 2025 12:04 PM March 12, 2025 12:04 PM

views 6

৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ইউক্ৰেইনৰ সন্মতি প্ৰকাশ

ইউক্রেইনে ৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এতিয়া ৰাছিয়াই এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ই সংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ চোৰ...

March 12, 2025 12:03 PM March 12, 2025 12:03 PM

views 3

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাইঃ গৃহমন্ত্ৰী অমিত শ্বাহ

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া আৰু কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাই আৰু তেওঁলোকে অঞ্চলটোতেই কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে প্রকাশ কৰিছে। Students' Experience in Inter-State Living নামৰ কাৰ্যসূচীৰ অধীনত কালি নতুন দিল্লীত আয়োজিত যুৱ সংসদত উত্তৰ-পূৰ্ব...

March 12, 2025 12:01 PM March 12, 2025 12:01 PM

views 7

দেশত উজলা আঁচনিৰ অধীনত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ

চৰকাৰে উজলা আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ ৰূপায়ণৰ ফলত প্ৰতি ঘণ্টাত প্ৰায় ৪ হাজাৰ ৮০০ কোটি কিলোৱাৰ্ট শক্তি ৰাহি হৈছে। তেওঁ কয়, যে এল ই ডি বাল...

March 12, 2025 11:59 AM March 12, 2025 11:59 AM

views 3

মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত কৰে। মুম্বায়ে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছক প্রথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধ...

March 12, 2025 11:58 AM March 12, 2025 11:58 AM

views 8

বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় ভাৰতৰ

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে কালি ভাৰতে পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় কৰে। সাগৰে ৩৪.৮৪ মিটাৰ ডিছকাছ থ্ৰ’ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বালাজী ৰাজেন্দ্ৰনে ২৬.৯৮ মিটাৰেৰে ৰূপৰ আৰু জনক সিং হার্চানাই ২৫.১৩ মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ ক...

March 11, 2025 9:02 PM March 11, 2025 9:02 PM

views 15

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক ২ দিনীয়া কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক দুদিনীয়া কৰ্মশালাৰ আজি অন্ত পৰে। কর্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডি...

March 11, 2025 8:56 PM March 11, 2025 8:56 PM

views 12

দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা ৪ দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মাৰ্...

March 11, 2025 8:48 PM March 11, 2025 8:48 PM

views 14

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰনয়ন আৰু প্রকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই পতাকা জোকাৰি এই কাৰ্যসূচী মুকলি কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাষ্ট্র...

March 11, 2025 8:40 PM March 11, 2025 8:40 PM

views 6

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ হত্যাৰ অভিযোগত দোষী সাব্যস্ত ৪ জনক যাৱজ্জীৱন কাৰাদণ্ড

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক ৰায়দানৰ জৰিয়তে হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে। নজৰুল ইছলাম নামৰ এজন লোকক হত্যা কৰাৰ অপৰাধত আজিমুদ্দিন, আমিদুল ইচলাম, ৰহিম বাদশ্বাহ আৰু আব্দুল গণিক এই শাস্তি বিহা হয়। সৰ্থেবাৰী আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত ভুক্তভোগ...

March 11, 2025 8:31 PM March 11, 2025 8:31 PM

views 15

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপে...