March 17, 2025 6:59 PM March 17, 2025 6:59 PM
6
হোজাইৰ লংকা-নগাঁও পথ সংযোগী বজাৰৰ সন্মুখত নিৰ্মাণ হ’বলগীয়া ক্ল’ক টাৱাৰৰ আধাৰশিলা স্থাপন
হোজাইৰ লংকা-নগাঁও পথ সংযোগী বজাৰৰ সন্মুখত নেতাজীৰ প্ৰতিমূৰ্তিৰ সমীপত নিৰ্মাণ হ'বলগীয়া ক্ল'ক টাৱাৰৰ আজি লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে অনাগত সময়ত লংকা-নগাঁও সংযোগী মূল পথছোৱা পুনৰ নিৰ্মাণ কৰি গৌৰৱ পথ নামেৰে নামকৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত ...