December 7, 2025 11:45 AM December 7, 2025 11:45 AM

views 11

ৰে’ল বিভাগৰ একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে’লৰ দিহা

ৰে'ল বিভাগে কালিৰে পৰা একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে'লৰ দিহা কৰিছে। বিমান সেৱা বাতিল আৰু শীতকালীন কিছু সমস্যাক কেন্দ্ৰ কৰি এই বিশেষ ৰে'লসমূহৰ ব্যৱস্থা কৰা হৈছে। ৰে'ল যাত্ৰাৰ চাহিদ বৃদ্ধি কৰাৰ লগতে ৰে'লৰ সুচল যাত্ৰাক সমৰ্থন কৰা আৰু পৰ্যাপ্ত সংযোগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহ...

December 7, 2025 11:43 AM December 7, 2025 11:43 AM

views 16

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰ-পত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্...

December 7, 2025 11:27 AM December 7, 2025 11:27 AM

views 16

ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছেঃ ড° এছ জয়শংকৰ

ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আ...

December 7, 2025 11:20 AM December 7, 2025 11:20 AM

views 5

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সজাগ হৈ একেলগে কাম কৰিবলৈ যুৱক-যুৱতীসকলক উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুৱতীসকলক সজাগ হ'বলৈ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। গুজৰাটৰ একতাৰ মূৰ্তিত চৰ্দাৰ @150 শীৰ্ষক ৰাষ্ট্ৰীয় পদযাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি এইদৰে আহ্ব...

December 7, 2025 11:12 AM December 7, 2025 11:12 AM

views 7

ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয়, যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ভূমাষিক সময়ছোৱাত লাভ কৰা মুঠ ঘৰুৱা উৎপাদনৰ ৮ শতাংশৰ বিকাশ হাৰে দেশৰ বৰ্ধি...

December 6, 2025 8:46 PM December 6, 2025 8:46 PM

views 8

হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক ব...

December 6, 2025 8:40 PM December 6, 2025 8:40 PM

views 10

জলবায়ু বিজ্ঞানী তথা অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ

খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ বিষয়া ড০ শিৱকুমাৰ কল্যাণ ৰমনে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ...

December 6, 2025 8:37 PM December 6, 2025 8:37 PM

views 9

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ' এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ ব...

December 6, 2025 8:32 PM December 6, 2025 8:32 PM

views 95

ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ’ব

ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিবছৰৰ দৰে এইবাৰো ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ বৰাগাওঁৰ নৱনিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছ...

December 6, 2025 8:29 PM December 6, 2025 8:29 PM

views 11

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি বশিষ্ঠ নদীৰ সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে বশিষ্ট মন্দিৰৰ চৌহদত ছাত্ৰ সংগঠনটোৱে ছাফাই কাৰ্যসূচী ৰূপায়ণ কৰে । পাছত ছা...