September 7, 2025 11:10 AM

views 75

জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ

সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মন্ত্রী সীতাৰমনে কয়, যে জি এছ টিৰ সংস্কাৰক সমগ্ৰ দেশৰ জনসাধাৰণে আদৰণি জনাইছে। যদিহে এই সংস্কাৰ জৰিয়তে কোন...

September 7, 2025 11:07 AM

views 89

জি এছ টিৰ সংস্কাৰে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

নতুনকৈ প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ আৰু স্তৰসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ভূপালত এখন সংবাদমেলত কয়, যে জি এছ টি ব্যৱস্থাৰ পৰিৱৰ্তনসমূহে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃ...

September 6, 2025 10:14 PM

views 20

আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডা...

September 6, 2025 10:10 PM

views 18

মৰিগাওঁ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন সমন্বয় আৰু পৰ্যৱেক্ষণ সমিতিৰ উদ্যোগত সভা

মৰিগাওঁ জিলাৰ আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি জিলা উন্নয়ন সমন্বয় আৰু পৰ্যবেক্ষণ সমিতি DISHA ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। স্থানীয় সাংসদ প্রদ্যুৎ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই সভাতে বিভিন্ন বিভাগৰ মু...

September 6, 2025 10:03 PM

views 61

গোৱালপাৰাত ‘আদি কৰ্মযোগী’ অভিযান

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ জনজাতীয় লোকসকলৰ জীৱন-ধাৰণৰ সামগ্রিক মান উন্নত কৰাৰ বাবে আৰম্ভ কৰা আদি কৰ্মযোগী অভিযান সন্দৰ্ভত আজি গোৱালপাৰা জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত এই অভিযানে সামৰি লোৱা এলেকাসমূহত কেনেধৰণৰ উন্নয়নম...

September 6, 2025 9:55 PM

views 12

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তৰ

জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা মেগা টিউবৰ কাম-কাজৰ বুজ লোৱাৰ লগতে ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গ্ৰহণ কৰা পদক্ষেপৰো বুজ লয়। ইপিনে, সমজিলা সম উন্ন...

September 6, 2025 9:29 PM

views 17

গুৱাহাটীৰ হেঙেৰাবাৰীৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এগৰাকী কৰ্মচাৰীক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ

তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে আজি গুৱাহাটীৰ হেঙেৰাবাৰীৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এগৰাকী কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। কৰ্মচাৰীজন সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক নৱজ্যোতি ডেকা বুলি প্ৰকাশ কৰা হৈছে। বকেয়া দৰমহাৰ বিল মোকলাই দিয়াৰ নামত ডেকাই এজন লোকৰ পৰা ১০ ...

September 6, 2025 9:22 PM

views 14

পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয় যে জি এছ টিৰ সংস্কাৰে দেশৰ মুঠ ঘৰুৱা উৎ...

September 6, 2025 9:13 PM

views 41

বি টি আৰৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ

  বি টি আৰৰ ৪০ টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ইয়াৰ আগেয়ে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ ...

September 6, 2025 7:40 PM

views 15

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাবিদ্যালয় গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ মহাবিদ্যালয় গ্রন্থমেলা কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। ১১ অক্টোবৰলৈ ৰাজ্যৰ ছখন মহাবিদ্যালয়ত চলিবলগীয়া এই গ্রন্থমেলা কালি আৰু আজি নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ৯ৰ পৰা ১১ ছেপ্তেম্বৰলৈ ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা...