September 7, 2025 12:20 PM
28
সমাজ এখনত বিভাজনমুখী প্ৰৱণতাক মষিমূৰ কৰি গীতেৰে এক কৰিব খোজা অনন্য মানসিকতাৰ অধিকাৰী ভূপেন হাজৰিকা আছিল মানৱীয়তাৰ প্ৰতিভূঃ আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান
বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক প্ৰতিভাই ৰাজ্যৰ লগতে দেশৰ সমাজ-সংস্কৃতি, ইতিহাস আৰু সমসাময়িক ঘটনাক নিৰ্ভেজাল ৰূপত তুলি ধৰিছে। একক আৰু অভূতপূৰ্ব ব্যক্তিত্বৰ শিল্পীগৰাকী কেৱল কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী গীতিকাৰ, সাহিত্যিক, সাংবাদিক, চিত্ৰকৰ আৰু সমাজ জীৱনৰ দৃষ্টা হিচাপেও অনন্য আছিল। শি...