September 8, 2025 10:59 PM

views 34

পুৰুষৰ এছিয়া কাপ ২০২৫ৰ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ

পুৰুষৰ এছিয়া কাপ ২০২৫ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ হ'ব। ডুবাই আৰু আবু ধাবিত হ’বলগীয়া এইবাৰৰ প্ৰতিযোগিতাত ৮ খন দেশে অংশগ্ৰহণ কৰিছে। টি-২০ ফৰমেটত হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতে পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ওমানৰ লগত গ্রুপ-এত স্থান লাভ কৰিছে। গ্রুপ-বিত আছে শ্রীলংকা, বাংলাদেশ, আফগানিস্...

September 8, 2025 9:27 PM

views 21

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভা...

September 8, 2025 7:20 PM

views 25

১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত প্রধানমন্ত্ৰী মোদীয়ে টু জি ইথানল প্রকল্প মুকলি কৰিব

● নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়’ ইথানল প্রকল্প মুকলি কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই সবিশেষ বুজ লয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত টু জি ইথানল প্রকল্প মুকলি কৰিব। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই আজি অস্থ...

September 8, 2025 11:39 PM

views 35

মৰিগাঁৱৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত আজিৰে পৰা মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্ৰশিক্ষণ শিবিৰ ...

September 8, 2025 11:13 PM

views 14

অভিনেত্রী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ

কামৰূপ মহানগৰ জিলা ছেছন আদালতে পথ দুৰ্ঘটনাত ছামিউল হক নামৰ এজন ছাত্ৰৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্রেপ্তাৰ কৰা অভিনেত্রী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ কৰিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্রহণৰ পাছত আদালতে অভিনেত্ৰীগৰাকীক জামিন দিয়ে। উল্লেখযোগ্য যে যোৱা ২৫ জুলাইৰ নিশা অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দ...

September 8, 2025 7:13 PM

views 37

জন্ম শতবার্ষিকীত সুধাকণ্ঠক সোঁৱৰণ অসমবাসীৰ

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত কৃতজ্ঞ অসমবাসীয়ে আজি সুধাকণ্ঠক সোঁৱৰণ কৰিছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকব...

September 8, 2025 11:10 PM

views 47

বিটিচিৰ নিৰ্বাচনৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ বাবে জিলা কেইখনৰ প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। ৰাজনৈতিক দলসমূহেও দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামুলপুৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আজি জিলাখনৰ...

September 8, 2025 4:17 PM

views 31

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচী

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ...

September 8, 2025 4:11 PM

views 56

প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰে বৈঠক

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰি...

September 8, 2025 4:08 PM

views 39

গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়

■ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা ...