September 8, 2025 9:24 PM

views 67

ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে নতুন দিল্লীত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্পট্ৰিছৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইজৰাইলৰ ৰপ্তানীকাৰকসকলৰ বাবে বিত্তীয় নীতি নিয়ম অন্...

September 8, 2025 9:15 PM

views 43

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। এন ডি এ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই মিত্রজোটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হ'ব। সাংবিধানিক ব্যৱস্থা অন...

September 8, 2025 10:56 PM

views 32

মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়লৈ ভাৰতীয় হকী দলৰ যোগ্যতা অৰ্জন

ভাৰতীয় হকী দলে মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। আজি ছিংগাপুৰত ১২.০ গলৰ বাৱধানত পৰাস্ত কৰাৰ পাছতে ভাৰত ছুপাৰ ফ'ৰলৈ আগবাঢ়ে। ভাৰতৰ হৈ নৱনীত আৰু মুমতাজে হেট্ৰিক গল কৰে। অহা ১০ ছেপ্তেম্বৰত ভাৰতে পুল-এৰ দ্বিতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে ছুপাৰ ফ'ৰ পৰ্যায়ত অৱত...

September 8, 2025 9:47 PM

views 24

বিজ্ঞান প্রশাসকৰ বাবে বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙৰ

কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে বিজ্ঞান প্রশাসকসকলৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। শ্রীসিঙে এই পদক্ষেপক অতিকৈ প্ৰয়োজনীয় আৰু প্ৰভাৱশালী বুলি মন্তব্য কৰি এই প্ৰশিক্ষণ কাৰ্যসূচী অসামৰিক সেৱ...

September 8, 2025 10:47 PM

views 32

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। সেনাৰ এগৰাকী মুখপাত্রই জনাইছে যে সেনা বাহিনীৰ এগৰাকী কণিষ্ঠ বিষয়াও এই অভিযানত আহত হৈছে। উন্নত চিকিৎ‍সাৰ বাবে তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত ...

September 8, 2025 10:39 PM

views 26

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দে...

September 8, 2025 9:39 PM

views 28

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ...

September 8, 2025 9:19 PM

views 47

ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰপতি মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীত অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদ ই ই পি চিৰ মহাৰ্জত জয়ন্তী উদযাপন অনুষ্ঠানত দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰে। শ্ৰীমতী মু...

September 8, 2025 11:17 PM

views 50

কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগ...

September 8, 2025 11:08 PM

views 123

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচী

গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, প্ৰীতি দিগবলয়ত গতিশীল গীত গাই সমাজত নতুন সাহৰ সঞ্চাৰ কৰা বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ...