September 11, 2025 12:37 PM

views 60

ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেটত জয়েৰে অভিযান আৰম্ভ

■ ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। গ্রুপ-এত নিজৰ প্ৰথমখন খেলত ভাৰতে যোৱা নিশা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ- ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত অনায়াসে জয়লাভ কৰে। ইউ এ ইৰ দলটোৱে প্ৰথমে বেট ধৰি ভাৰতৰ সন্মুখত ৫৮ ৰানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ৪ অ...

September 11, 2025 12:30 PM

views 39

আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 11, 2025 12:25 PM

views 40

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪.৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬.৯ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

September 10, 2025 8:36 PM

views 27

প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব : শিক্ষামন্ত্ৰী

অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৰপেটা জিলাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ নতুন ভৱন আৰু এখন তোৰণ মুকলি কৰি এটা অনুষ্ঠানত দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। তেওঁ সাম্প্ৰতিক সময়ৰ চাহিদা অনুসৰি পু...

September 10, 2025 8:32 PM

views 33

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলাৰ লগতে জিলা প্ৰশাসনসমূহে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত বি টি চি নিৰ্বাচনৰ ব্যয় সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নির্বাচনী পর্যবেক্ষকদ...

September 10, 2025 8:29 PM

views 17

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এছ আই টিৰ প্ৰতিবেদন দাখিল

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট এছ আই টিয়ে আজি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই আজি দিছপুৰৰ সচিবা...

September 10, 2025 8:24 PM

views 18

এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্তেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্ল...

September 10, 2025 8:20 PM

views 16

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আগমণৰ পূৰ্বে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ তথা স...

September 10, 2025 8:03 PM

views 35

ফ্ৰান্সত চৰকাৰ বিৰোধী প্ৰতিবাদত ৰাজপথ উত্তাল

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু তেওঁৰ চৰকাৰ বিৰোধী প্ৰতিবাদত দেশখনৰ ৰাজপথ উত্তাল হৈ পৰিছে। ছেবাষ্টিয়ান লেক্রানক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ পাছতে ফ্ৰাসৰ জনসাধাৰণে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। ফ্ৰান্স প্রশাসনে এতিয়ালৈকে ২০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়া পৰিস্থিতি...

September 10, 2025 8:01 PM

views 18

বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত দ্বৈত ৰেলপথ প্ৰকল্পত কেবিনেটৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা বৈঠকত প্রায় ৩ হাজাৰ ১৬৯ কোটি টকা ব্যয়সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ ভাগলপুৰ-ডুমকা- ৰামপুৰহাট সংযোগী ১৭৭ কিলমিটাৰ দ্বৈত ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। কেবিনেটে বক্সাৰ, ভাগলপুৰ হাইস্পীড কৰিড'ৰৰ মোকামা-মুংগৰত ...