September 12, 2025 8:23 PM

views 8

আলফা স্বাধীনৰ ৭৭৯ নম্বৰ শিবিৰৰ কামাণ্ডাৰ মৃগাংক অসমৰ আত্মসমৰ্পণ

আলফা স্বাধীনৰ ৭৭৯ নম্বৰ শিবিৰৰ কামাণ্ডাৰ মৃগাংক অসমে আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়ত সদস্যগৰাকীয়ে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰক্ষীৰ হাতত জমা দিয়ে বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনাইছে।

September 12, 2025 8:20 PM

views 7

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক নিলম্বন

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক গৰু ছিণ্ডিকেটৰ পৰা ধন লোৱাৰ অভিযোগত আজি নিলম্বন কৰা হয়। জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তামুলীক গৃহ বিভাগে এটা নিৰ্দেশযোগে নিলম্বনৰ শাস্তি আৰোপ কৰে৷

September 12, 2025 8:18 PM

views 31

ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলৰ মানৱ ইনছুলিন উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন

ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে ছ্যুড'ম'নাছ ফ্লু'ৰেচেন্স নামৰ নিৰাপদ আৰু কাৰ্যক্ষম বেক্টেৰীয়া ব্যৱস্থা ব্যৱহাৰ কৰি মানৱ ইনছুলিন উৎপাদনৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে। অধ্যাপক তথা জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন মুৰববী ড০ বীৰাংকি ভেংকটা দাসুৰ নেতৃত্বত গঠিত এটা দলে এ...

September 12, 2025 8:14 PM

views 21

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ ‘বিশেষ দৃষ্টিপাত’ অনুষ্ঠান

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকু...

September 12, 2025 8:05 PM

views 13

কাইলৈ মাজনিশাৰ পৰা দেওবাৰৰ মাজনিশালৈকে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধূৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ মঙলদৈৰ পুনিয়াত হ'বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজনিশাৰ পৰা দেওবাৰৰ মাজনিশালৈকে কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধূৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰা...

September 12, 2025 6:58 PM

views 18

আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভাগ ল’বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব। বিয়লি পাঁচ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ...

September 12, 2025 6:44 PM

views 27

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ

শ্রীলংকা চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিসকলক আজীৱন চৰকাৰী বাসগৃহ আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ বাবে থকা আইন প্রত্যাহাৰ কৰাৰ পাছত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষই তেওঁৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ কৰিছে। ৰাজাপাক্ষ আৰু তেওঁ পত্নী চিৰন্থীয়ে কালি দুপৰীয়াৰ ভাগত চৰকাৰী বাসভৱনৰ পৰা ওলাই যায...

September 12, 2025 6:41 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম, মিজোৰাম, মণিপুৰলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্রী মোদী কাইলৈ পুৱা ৯ বজাত আইজলৰ লেংপুই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত হেলিকপ্তাৰযোগে পোনে পোনে থুৱামপুইলৈ যাব। দিনৰ ১০ বজাত তেওঁ আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী-চাইৰাং ৰে'লপথেৰে ত...

September 12, 2025 6:28 PM

views 16

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ চি পি ৰাধাকৃষ্ণণৰ

চি পি ৰাধাকৃষ্ণণে আজি দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিছে। আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰায়। শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ...

September 12, 2025 6:17 PM

views 16

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰতৰ প্ৰচাৰ অভিযান; বিজনীত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কৌশিক ৰায়, ৰা...