December 8, 2025 8:17 PM December 8, 2025 8:17 PM
17
লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ জিম্মাৰ ম্যাদ ৪ দিনৰ বাবে বৃদ্ধি
দিল্লীৰ এখন আদালতে আজি যোৱা ১০ নৱেম্বৰত লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা তিনিজন চিকিৎসক আৰু এজন প্ৰচাৰকৰ নিয়াৰ জিম্মাৰ ম্যাদ ৪ দিনৰ বাবে বৃদ্ধি কৰিছে। ১০-দিনীয়া জিম্মাৰ ম্যাদ শেষ হোৱাৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মুজাম্মিল দানাই, ডাঃ আদিল বাথেৰ, ডাঃ চাহিনা শ্বাইদ আ...