December 9, 2025 7:09 PM December 9, 2025 7:09 PM
6
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপালৰ অংশগ্ৰহণ, জুবিন গাৰ্গলৈ ডি-লিট
ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তন ভাষণত ৰাজ্যপালগৰাকীয়ে ২০৪৭ চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত দুহেজাৰ ৮...