September 14, 2025 11:29 AM

views 40

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিজোৰামৰ ভৈৰবী-ছাইৰাং নতুন ৰে’লপথত ৩ খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মিজোৰামৰ ভৈৰবী-ছাইৰাং নতুন ৰে'লপথত ৩ খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ লগে লগে মিজোৰাম দেশৰ ৰে’ল মানচিত্ৰত সংযুক্ত হৈছে। ছাইৰাঙৰ পৰা যোৱানিশা যাত্ৰা কৰি ৮ বাজি ১০ মিনিটত হোজাইত উপস্থিত হোৱা ৰে’লখনে চা...

September 14, 2025 11:19 AM

views 27

ৰাজ্যৰ প্ৰান্তে প্রান্তে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ-নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ...

September 14, 2025 11:13 AM

views 52

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে'ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মিজোৰামত ভৈৰবী-ছাইৰাং ৰে'ল প্ৰকল্প উদ্বোধন কৰাৰ পাছত ৰে'ল মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে মিজোৰামলৈ ৰে’ল ...

September 14, 2025 11:06 AM

views 45

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰে স্মৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা মুকলি কৰে। প্ৰধান...

September 13, 2025 8:52 PM

views 35

হংকং অ’পেন ছুপাৰ ফাইভ হাণ্ড্ৰেড বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন ফাইনেলত প্ৰৱেশ

হংকং অ'পেন ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্যসেন পুৰুষৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেমিফাইনেলত তেওঁ টাইৱানৰ চৌ তিয়ানছেনক ২৩-২১, ২৩-২০ গেমত পৰাস্ত কৰে ৷ ফাইনেলত লক্ষ্যই চীনৰ লী ছেইফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সৰ ক্ৰিষ্টো পপ'ভক ২১-২১, ১৮-১৯ গেমত পৰাস্ত কৰি লী ছেইফেং ফাই...

September 13, 2025 8:49 PM

views 27

ম্যানমাৰত বিমানেৰে কৰা আক্ৰমণত ১৯জন শিক্ষার্থী নিহত, ২০জন গুৰুতৰভাৱে আহত

ম্যানমাৰৰ পশ্চিম ৰাখিনে ৰাজ্যৰ ক্যাওকট' চহৰৰ দুখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত যোৱা নিশা সংঘটিত হোৱা বিমান আক্ৰমণত ১৯ জন শিক্ষার্থী নিহত হোৱাৰ লগতে ২০জন গুৰুতৰভাৱে আঘাটপ্রাপ্ত হৈছে। আৰাকান সেনা আৰু দেশখনৰ সাহায্য সংস্থাৰ মতে, নিশা ছাত্র-ছাত্রীসকল শুই থকাৰ সময়তে এই আক্রমণ সংঘটিত হৈছিল। ১৫ৰ পৰা ২১ বছৰ ব...

September 13, 2025 8:43 PM

views 30

বিধানসভাসমূহ দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ’ব : ওম বিৰলা

বিধানসভাসমূহ চিৰদিন ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়ত অর্থবহ আলোচনা, জনসাধাৰণৰ স্বার্থজড়িত বিষয়ত তৰ্কৰ লগতে সমাজ তথা দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ'ব বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আশা প্রকাশ কৰিছে। আজি বেংগালুৰুত অনুষ্ঠিত কমনৱেলথ সংসদীয় সংস্থাৰ একাদশ ভাৰত অঞ্চল সন্মিলনৰ সামৰণি অনুষ্ঠ...

September 13, 2025 8:37 PM

views 12

নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সম্পৰ্কীয় সংবাদমেল

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, যুৱ নেতৃত্বাধীন গণতন্ত্রই দৃষ্টিভংগীক কণ্ঠলৈ আৰু কণ্ঠক সুদূৰ প্ৰসাৰী প্রভাবলৈ ৰূপান্তিৰত কৰাৰ প্ৰকৃত উদাহৰণ হৈছে বিকশিত ভাৰত যুৱ আলোচনাৰ নেতাসকল। নতুন দিল্লীত আজি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সংক্রান্তিয় এখন সংবাদমেলত মন্ত্ৰীগৰা...

September 13, 2025 8:23 PM

views 15

মণিপুৰত যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনাইছে। এদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী আজি মণিপুৰ ভ্ৰমণ কৰে। সাত হেজাৰ ৩০০ কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ ১৪ টা ভিন ভিন প্ৰকল্পৰ আধাৰশিলা স্থা...

September 13, 2025 8:17 PM

views 35

ৰাজ্যৰ বিভিন্ন ঠাইত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত আজি লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতৰ জৰিয়তে বিভিন্ন বেংক, বিদ্যুৎ বিভাগৰ ২৭৫টা গোচৰ নিষ্পত্তি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত বিভিন্ন গোচৰ নিষ্পত্তিৰ জৰিয়তে ৯০ লাখ ৮০ হাজাৰ...