September 16, 2025 6:53 PM

views 24

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন চলিছে। মৃৎ শিল্পীসকলে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিছে। কাইলৈ পুৱাতে ৰাজ্যৰ ...

September 16, 2025 6:50 PM

views 46

নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখন...

September 16, 2025 6:31 PM

views 32

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক অৰ্জন কৰা আনন্দকুমাৰ ভেলকুমাৰক প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ অভিনন্দন

চীনত অনুষ্ঠিত স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক অৰ্জন কৰা আনন্দকুমাৰ ভেলকুমাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। আনন্দ কুমাৰে প্ৰতিযোগিতাখনত পুৰুষৰ জ্যেষ্ঠ শাখাৰ এহেজাৰ মিটাৰ স্ক্ৰীণ্ট বিভাগত স্বর্ণপদক অৰ্জন কৰে। সামাজি...

September 16, 2025 4:03 PM

views 10

ৰাজঘাটত গান্ধীজীৰ সমাধিত শ্রদ্ধাঞ্জলি মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগোলামৰ

● নতুন দিল্লী ভ্ৰমণলৈ অহা মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগোলামে আজি ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধাঞ্জলি জনায়। তেওঁ লগতে সদৈৱ অটল পৰিদৰ্শন কৰে আৰু প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধ...

September 16, 2025 6:33 PM

views 29

এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ অভিনন্দন

এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৈশালী ৰমেশ বাবুৰ ধৈৰ্য্য আৰু নিষ্ঠা সকলোৰে বাবে অনুকৰণীয়। শ্ৰ...

September 16, 2025 6:29 PM

views 31

এছিয়া কাপ ক্রিকেটত নিশা ৮ বজাত বাংলাদেশ আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা ৮ বজাত আবু ধাবিত হ'বলগীয়া এখন খেলত বাংলাদেশ, আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে...

September 16, 2025 6:26 PM

views 35

বিশ্বজুৰি আজি বিশ্ব অ’জ’ন দিৱস পালন

বিশ্বজুৰি আজি বিশ্ব অ’জ’ন দিৱস পালন কৰা হৈছে। পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা বায়ুমণ্ডলৰ অ'জন স্তৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হৈ আহিছে। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘বিজ্ঞানৰ পৰা গোলকীয় কৰ্মৰাজিলৈ’। বৈজ্ঞানিক আৱিষ্কাৰসমূহ কিদৰে নীতি-নিৰ্ধাৰণৰ বা...

September 16, 2025 6:24 PM

views 65

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত ভাৰত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পিছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীৰ্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাড...

September 16, 2025 6:22 PM

views 23

আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক আলোচনা প্ৰচাৰ

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমাৰ সেৱা পৰ্বৰ বিশেষ প্রতিবেদনলানিত আজি আগবঢ়াইছো পৰিৱেশ সংস্কৰণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বৰ নেতৃত্বলৈ লৈ যোৱাত মোদী চৰকাৰৰ প্ৰয়াসৰ বিষয়ে সেৱা পৰ্ব উপলক্ষে আকাশবাণী ...

September 16, 2025 6:21 PM

views 38

প্ৰবল বৰষুণৰ বাবে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত

ওৰে নিশা হোৱা প্ৰবল বৰষুণে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত কৰিছে। ডেৰাডুনত প্রায় ১০০ লোকক প্রশাসনে নিৰাপদে উদ্ধাৰ কৰিছে। মহানগৰখনৰ বিভিন্ন স্থানত ধাৰাবাহিক বৰষুণৰ ফলত কেইবাটাও পথ আৰু কেইবাখনো দলঙৰ ক্ষতি হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে ইতিমধ্যে ক্ষতিগ্রস...