September 17, 2025 12:24 PM

views 33

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প ব্ৰিটেইনত উপস্থিত

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প কালি নিশা ব্ৰিটেইনত উপস্থিত হয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্রাম্পে এই ভ্রমণক বৃহত পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা ব্ৰিটিছ ৰাজতন্ত্ৰ আৰু চৰকাৰৰ মাজত উচ্চ স্তৰীয় সংযোগ হব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপ...

September 17, 2025 12:19 PM

views 113

মণিপুৰত বান পৰিস্থিতি এতিয়াও শোচনীয়

মণিপুৰত উপত্যকা জিলাসমূহৰ বিভিন্ন স্থান বিশেষকৈ ইম্ফল পূৱ আৰু থৌবাল জিলাসমূহৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। উখৰুল জিলাত বৰষুণৰ বাবে যোৱা কেইদিনমানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ফলস্বৰূপে যাত্ৰী আৰু বাণিজ্যিক পৰিবহণ ব্যৱস্থা ব্যাহত হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সকলো বিদ্যালয...

September 17, 2025 12:17 PM

views 41

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। কৃষি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰাৰ পাছত নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ২০২৪-২৫ বৰ...

September 17, 2025 12:15 PM

views 19

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই নতুন দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰি ভাৰত আৰু মৰিচাছৰ মাজৰ সভ্যতা আৰু সাংস্কৃতিক সম্পর্ক সন্দৰ্ভত আলোচনা কৰে। শ্ৰীনাড্ডাই দুয়োখন ৰাষ্ট্ৰক সংযোগ কৰা শক্তিশালী ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। কালিৰ এই বৈঠকত শ্...

September 17, 2025 12:09 PM

views 34

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে টেলিফোনেৰে কথা পাতে। শ্রীট্রাম্পে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰত আৰু আমেৰিকাৰ ব্যাপক আৰু গোলকীয় অংশীদাৰিত্ব নতুন শিখৰলৈ লৈ যোৱাৰ বাবে ট্রাম্পৰ ...

September 17, 2025 12:05 PM

views 19

বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ ৫০ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ ছেপ্তেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে এক কোটি টকা মূল্যৰ বাঁহ শোধনাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ এন আৰ এল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। শোধনাগাৰটোৰ পৰিচ...

September 17, 2025 11:57 AM

views 26

বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি আজি এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত ...

September 17, 2025 11:50 AM

views 45

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড° শৰ্মাই...

September 17, 2025 11:37 AM

views 30

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৫ সংখ্যক জন্মদিন। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই উপলক্ষে নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত আজি ১৫ খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই সমূহৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্ৰীবাস, বৌদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ ...

September 17, 2025 11:31 AM

views 31

অসমত বানৰ ফলত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত

ৰাজ্যত এইবাৰৰ বানত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত ৪ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুছিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বিভিন্ন স্থানত স্...