September 21, 2025 10:58 AM

views 26

পৰনিৰ্ভৰশীলতা ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

পৰনিৰ্ভৰশীলতা হৈছে ভাৰতৰ সবাতোকৈ ডাঙৰ শত্ৰু আৰু আমাৰ দেশে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা অতিক্ৰম কৰিব লাগিব। প্রধানমন্ত্রী শ্রীমোদীয়ে কালি গুজৰাটৰ ভাব নগৰত অনুষ্ঠিত সমুদ্র সে সমৃদ্ধি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে ছেমিকণ্ডাক্টৰৰ পৰা ...

September 21, 2025 10:54 AM

views 36

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত দশকত উত্তৰ-পূৰ্বাঞ্চল আৰু বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্...

September 20, 2025 10:12 PM

views 23

আহমেদাবাদৰ সমীপৰ লোথালত নির্মীয়মাণ ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সমীপৰ প্ৰাচীন নগৰ লোথাললৈ যায় আৰু লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। প্রধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো ভাগ লয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সামুদ্রিক ...

September 20, 2025 10:10 PM

views 22

দেশৰ নাগৰিকৰ সুবিধাৰ বাবে জিএছটি শ্রেণীসমূহৰ সংস্কাৰ সাধন কৰা হৈছেঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

দেশৰ নাগৰিকসকলৰ সুবিধাৰ বাবে জিএছটি শ্রেণীসমূহৰ সংস্কাৰ সাধন কৰা হৈছে বুলি কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে মন্তব্য কৰিছে। আজি টুটিকোৰিনৰ কোভিলপট্টীত দিয়াচলাই আৰু আতচবাজী নির্মাণ সংস্থাৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চৰকাৰে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন আৰু দৃষ্টিভংগ...

September 20, 2025 10:09 PM

views 11

ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনত জিএছটি অভিযোগ নিষ্পত্তিৰ কাম আৰম্ভ

গ্রাহক পৰিক্ৰমা বিভাগে নেক্সট-জেন জিএছটি সংস্কাৰৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনত জিএছটি অভিযোগ নিষ্পত্তিৰ বাবে কাম আৰম্ভ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব লগা সংশোধিত জি. এছ. টি. হাৰ আৰু ৰেহাইৰ ৰূপায়ণৰ পিছত গ্ৰাহকৰ প্ৰশ্...

September 20, 2025 9:54 PM

views 21

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা’ সম্পর্কে আলোচনা

গীতেৰে সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰা জনগণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা অপূৰণীয়া শূন্যতাত অসমবাসীয়ে হাহাকাৰ কৰিছে। আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পর্কে আলোচনাত অংশ লৈ চিন্ময়ী গোস্বামীয়ে এই কথা প্ৰকাশ ক...

September 20, 2025 9:37 PM

views 24

আকাশবাণী গুৱাহাটীৰ অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 20, 2025 9:36 PM

views 35

নূপুৰ বৰাৰ বৰপেটাৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ ৩১ লাখ ১০ হাজাৰৰো অধিক টকা জব্দ

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গৰৈমাৰী ৰাজহ চক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়া নূপুৰ বৰাৰ বৰপেটাৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ ৩১ লাখ ১০ হাজাৰৰো অধিক টকা জব্দ কৰে। ইয়াকে লৈ তদাৰকী কোষে নূপুৰ বৰাৰ পৰা মুঠ ১ কোটি ৪৭ লাখৰো অধিক টকা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পূৰ্বে যোৱা ১৫ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কো...

September 20, 2025 9:34 PM

views 18

গুৱাহাটীৰ চানমাৰিত পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি

গুৱাহাটী মহানগৰীৰ চানমাৰিত আজি পানীৰ পাইপ ফুটি প্রায় ১০০ ফুট উচ্চতালৈ পানী ফোঁৱাৰাৰ দৰে উঠি যোৱাৰ ফলত বহু সময় ধৰি অঞ্চলটোৰ জনজীৱন স্তব্ধ হৈ পৰে। ইয়াৰ ফলত অঞ্চলটোৰে যান-বাহনৰ চলাচল আৰু যাতায়াত বন্ধ হৈ পৰে। অৱশ্যে কিছু সময়ৰ পাছত প্ৰশাসনৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়।

September 20, 2025 9:33 PM

views 15

নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰাজ্যপালগৰাকীয়ে শ্ৰীৰাধাকৃষ্ণণক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক উদ্যমৰ বিষয়ে অৱগত কৰে।