September 29, 2025 7:39 PM

views 79

জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰে জড়িত অভিযুক্তক অতি শীঘ্ৰে গ্রেপ্তাৰৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ক আনুষ্ঠানিকভাবে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্রদান...

September 29, 2025 6:09 PM

views 41

দেশত দুগ্ধ উৎপাদন বিগত ১০ বছৰত ৬৩ শতাংশ বৃদ্ধি পাইছে

দেশত দুগ্ধ উৎপাদন বিগত ১০ বছৰত ৬৩ শতাংশ বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত শীর্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ১০ বছৰ পূৰ্বে দুগ্ধ উৎপাদন ১৪৬ নিযুত টনৰ পৰা সম্প্রতি ২৩৯ নিযুত টনলৈ বৃদ্ধি হৈছে। ভাৰতে বিশ্বৰ মুঠ দুগ্ধ উৎপাদনৰ এক চতুর্থাংশ উৎপাদন কৰি অৰিহণা যোগাই আছে...

September 29, 2025 6:06 PM

views 86

সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ ৯ লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ প্ৰকাশ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কৈছে যে, সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ ৯ লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। নতুন দিল্লীত আয়োজিত এটা স্বাস্থ্য অভিৱৰ্তনত শ্রী নাড্ডাই কয়, যে দেশৰ তিনি কোটি ৬০ লাখ লোকৰ এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা...

September 29, 2025 6:00 PM

views 50

ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি সাতখন ৰে’ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে

ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে আজি ৰাজ্যখনৰ বাবে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল গাড়ীকে ধৰি সাতখন ৰে'ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে। অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল কেইখনে মুজাফ্‌ফ্ফৰ পুৰৰ পৰা সৰলাপল্লী, দ্বাৰভাংগাৰ পৰা মাদাৰ জংছন আৰু ছাপ্পাৰ পৰা আনন্দ বিহাৰ টার্মিনেল...

September 29, 2025 5:57 PM

views 35

দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী বছৰসমূহত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ’ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী কেইটামান বছৰত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ'ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। শ্রী বৈষ্ণৱে কয়, যে দেশত বৈদ্যুতিন উৎপাদন ব্যৱস্থা দ্রুত গতিত বিকশিত হৈছে। প্রতি সপ্তাহতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বিকাশ লাভ কৰ...

September 29, 2025 5:54 PM

views 69

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ উপকূলৰক্ষী কামাণ্ডাৰৰ সন্মিলনত অংশ লৈ দিয়া ভাষণত শ্ৰী সিঙে কয়, যে প্রতিৰক্ষা বাহিনীসমূহ দেশৰ সুৰক্ষাৰ প্ৰতি আহি...

September 29, 2025 11:09 AM

views 31

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰিব। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ শচদেৱাই কয়, যে এই নতুন কার্যালয়টো কেৱল এটা কর্মস্থলীয়ে নহয় বৰং ই হৈছে দলৰ সংস্কৃতি তথা মূল্যবোধক ইয়াৰ কৰ্মকৰ্তা সকলৰ মাজত পোষণ কৰাৰ এটা কেন্দ্ৰ। তেওঁ এই...

September 29, 2025 11:05 AM

views 55

নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব

নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব। এই দলটোত সাধাৰণ জনতা, আৰক্ষী আৰু ব্যয় পর্যবেক্ষকসকলক কেন্দ্রীয় পর্যবেক্ষক হিচাপে অন্তর্ভুক্ত কৰা হ'ব। মুক্ত, নিকা, আৰু স্বচ্ছ নির্বাচনৰ বাবে ৩২০ গৰাকী আই ...

September 29, 2025 11:03 AM

views 49

ভিয়েটনামত টাইফুনৰ বুৱালয়ৰ পৰিপ্ৰেক্ষিতত বিমান বন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে

ভিয়েটনামত টাইফুনৰ বুৱালয়ৰ পৰিপ্ৰেক্ষিতত বিমান বন্দৰসমূহ বন্ধ কৰি দিয়াৰ লগতে হাজাৰ হাজাৰ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰোৱা হৈছে। এদিন পূর্বে ফিলিপাইনছত টাইফুনৰ ফলত প্ৰচণ্ড ধুমুহা-বৰষুণত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। ঘণ্টাত ১৩৩ কিলোমিটাৰ বেগেৰে বলা বতাহজাকে আজি মধ্য ভিয়েটনামত খুন্দিয়াব বুলি দেশখন...

September 29, 2025 10:59 AM

views 40

বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীয়ে তিনিজন বেলুচ লোকক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰাৰ অভিযোগ

সমগ্র বেলুচিস্তানত বেলুচ নাগৰিকৰ বলপূর্বক নিৰুদ্দেশ অব্যাহত থকাৰ সময়তে পাকিস্তানী সেনাবাহিনীয়ে আৰু তিনিজন বেলুচ লোকক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। বেলুচ ৰাষ্ট্ৰীয় আন্দোলনৰ মানৱ অধিকাৰ শাখা পাংক'ৰ তথ্য অনুসৰি পাকিস্তানী সেনাবাহিনীয়ে বেলুচিস্তানৰ দাদৰ জিলাৰ কুলদান জিৱানী নিবা...