October 1, 2025 5:11 PM

views 86

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

■ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই চি আই ডিৰ কাৰ্যালয়লৈ লৈ আহে। আজি আদালত বন্ধ থকা হেতুকে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ...

October 1, 2025 5:06 PM

views 52

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শতবৰ্ষ অনুষ্ঠানত আৰ এছ এছৰ ইতিহাস, সাংস্কৃতিক ...

September 30, 2025 8:53 PM

views 41

বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ আন জিলাসমূহতো মহা অষ্টমী উপলক্ষে অগণন ভক্তৰ সমাগম

বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজাৰ মহা অষ্টমী উপলক্ষে আজি পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আজি দেৱীক মহাষ্টমীত মহা গৌৰীৰ ৰূপত পূজা কৰা হৈছে। বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহাষ্টমী পূজা অ...

September 30, 2025 8:47 PM

views 40

ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰে যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ শ্রাদ্ধানুষ্ঠান

জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গসহ পৰিয়ালৰ সদস্যসকলে প্রয়াত শিল্পীগৰাকীৰ চিতাভস্ম লৈ আজি যোৰহাটত উপস্থিত হয়। শিল্পীগৰাকীৰ পৰিয়ালৰ পৰা অশ্রুসিক্ত নয়নেৰে যোৰহাটৰ ৰাইজে চিতাভস্মখিনি গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্রংৰুমত নিশা চিতাভস্মখিনি ৰখা হ'ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহা...

September 30, 2025 8:34 PM

views 32

শাৰদীয় দুর্গা পূজা উপলক্ষে দেশ-বিদেশৰ ভাৰতীয়সকলক ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ  শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শাৰদীয় দুর্গা পূজা উপলক্ষে দেশ-বিদেশৰ ভাৰতীয়সকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে এই উৎসৱে দেশৰ সংস্কৃতি, বিশ্বাস আৰু আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰে। মা দুৰ্গাৰ নটা ৰূপৰ আৰাধনাই...

September 30, 2025 8:26 PM

views 51

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকাৰ অধীনতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। নির্বাচন আয়োগে অনলাইন যোগে ভোটাৰ তালিকা প্ৰকাশ কৰিছে। বিহাৰৰ মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰতিখন জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা দণ্ড...

September 30, 2025 8:18 PM

views 24

নতুন কেন্সাৰ আৰোগ্য নীতিত মহাৰাষ্ট্ৰ মন্ত্ৰীসভাৰ অনুমোদন

মহাৰাষ্ট্ৰ মন্ত্ৰীসভাই নতুন কেন্সাৰ আৰোগ্য নীতিত অনুমোদন জনাইছে৷ এই নীতিৰ জড়িয়তে ৰাজ্যখনৰ কেন্সাৰ ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ নিশ্চিতি প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ১৮ খন হস্পিটেলৰ জৰিয়তে তিনি খলপীয়া উচ্চস্তৰীয় কেন্সাৰ চিকিৎসা প্রদান ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছে। এই ব্যৱস্থাক সহযোগ আৰু সমৰ্থ...

September 30, 2025 8:19 PM

views 37

সেৱা পৰ্বত আজি কেপ্তেইন শুভাংশু শুক্লাৰ ঐতিহাসিক মহাজাগতিক যাত্ৰাই অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ যোৱা বিষয়ত আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনাধিষ্ঠিত চৰকাৰে সেৱা আৰু সুশাসন মন্ত্ৰৰ আধাৰত পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে নিৰৱিচ্ছিন্ন প্রয়াস চলাই আছে। আজি সেৱা পৰ্বৰ এই বিশেষ শৃংখলাত কিদৰে কেপ্তেইন শুভাংশু শুক্লাই ঐতিহাসিক মহাজাগতিক যাত্ৰাত এটা নতুন গতি প্ৰদান কৰি অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ গ...

September 30, 2025 8:00 PM

views 38

সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ গুৰুত্ব আৰোপ

সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। স্পেইনত অনুষ্ঠিত সাংস্কৃতিক নীতি আৰু বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ অধ্যক্ষ হিচাপে শ্ৰী শেখাৱটে অংশগ্ৰহণ ক...

September 30, 2025 7:53 PM

views 20

বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ দেহাৱসানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ প্ৰতি নতুন দিল্লীৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নতুন দিল্লীৰ এইমছত আজি পুৱা এই জ্যেষ্ঠ নেতাগৰাকীৰ ৯৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ বি জে পি দিল্লী গোট...