October 1, 2025 9:05 PM
70
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে আৰ এছ এছে ...