October 3, 2025 12:18 PM

views 24

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে আৰু ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত হৈছে। পৰৱৰ্তী প্রজন্ম জি এছ টি সংস্কাৰসমূহ দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ সৰলীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। এই সংস্কাৰ ব্যৱস্থাই বিভিন্ন সাম...

October 3, 2025 12:16 PM

views 35

ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত মধ্যপ্ৰদেশত ১০ গৰাকী লোকৰ মৃত্যু

মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ জামলি গাঁৱৰ এখন সৰু দলঙৰ পৰা এখন ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। দেৱী দুৰ্গাৰ প্ৰতিমা বিসর্জন দি উভতি অহাৰ সময়তেই এই দূর্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰখনত মুঠ ১৪গৰাকী ভক্ত আছিল। নিশা বহু দেৰীলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰখা হয়। জিলা প্ৰশাসন আৰু স্থানীয় ৰা...

October 3, 2025 12:13 PM

views 39

বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব ভ্লাডিমীৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মুখপাত্র দমিত্রী পেছকোভে কালি নৱবৰ্ষৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিন ভাৰতলৈ অহাৰ কথা নিশ্চিত কৰে। তেওঁ লগতে ...

October 3, 2025 12:11 PM

views 61

ভাৰত আৰু চীনৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু চীনে এই মাহৰ শেষ ভাগত উভয় দেশৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণৰ কৰ্তৃপক্ষই পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰা আৰু বিমান সেৱা চুক্তিৰ সংশোধন সন্দৰ্ভত কা...

October 2, 2025 9:02 PM

views 23

বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

● কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এতিয়ালৈ এক লাখ ১৫ হাজাৰ ৩৫১ কোটি টকাৰ বিনিয়োগৰ আৱেদন লাভ কৰি...

October 2, 2025 8:54 PM

views 17

অধ্যাপক বানৱাৰী লাল গৌৰ, বৈদ্য নীলকন্ধন মছ আৰু বৈদ্য ভৱন প্ৰশ্বেৰলৈ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ধনৱন্তৰী আয়ুৰ্বেদ বঁটা

● অধ্যাপক বানৱাৰী লাল গৌৰ, বৈদ্য নীলকন্ধন মছ আৰু বৈদ্য ভৱন প্ৰশ্বেৰলৈ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ধনৱন্তৰী আয়ুৰ্বেদ বঁটা আগবঢ়োৱা হৈছে। কেন্দ্রীয় আয়ুষ মন্ত্রালয়ে শৈক্ষিক, পৰম্পৰাগত শিক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত বিগত সময়ছোৱাত আয়ুর্বেদিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকলৈ এই সন্মান আগব...

October 2, 2025 8:51 PM

views 27

দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা

● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰ...

October 2, 2025 8:43 PM

views 35

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাতিৰ পিতালৈ শ্ৰদ্ধা নিবেদন

● জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ ভিন ভিন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ পল্টন বজাৰত আয়োজিত স্বচ্ছতা অভিযানত অংশগ্রহণ কৰে। তেওঁ গান্ধীজীৰ প্ৰতি পুষ্পার্ঘ...

October 2, 2025 8:33 PM

views 29

শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৭ সংখ্যক জয়ন্তী উৎসৱ পালন

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হয় ৷ ধেমাজি জিলাত বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ...

October 2, 2025 8:29 PM

views 33

প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত দুৰ্গাক বিসর্জন প্রক্রিয়া

■ ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনু...