October 6, 2025 1:49 PM

views 34

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ ৬টা সোণসহ ২২টা পদক লাভ

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে ৬টা সোণ, ১০টা ৰূপ আৰু ৬টা ব্ৰঞ্জসহ মুঠ ২২টা পদকেৰে নিজৰ অভিযান সামৰে। জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত কালি ভাৰতৰ ৭ গৰাকী খেলুৱৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। ২০০ মিটাৰ টি-টুৱেলভত সীমৰণ শৰ্মাই ৰূপৰ পদক আৰু ১০০ মিটাৰ টি-থার্টি ফাইভত প্র...

October 6, 2025 1:48 PM

views 15

মণিপুৰৰ জিৰিবাম জিলাত দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় সুৰক্ষা বাহিনীৰ

মণিপুৰৰ জিৰিবাম জিলাত সুৰক্ষা বাহিনীয়ে যোৱা নিশা দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় কৰে। সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই কয়, যে ৰাজ্যখনৰ উদ্বেগজনক পৰিস্থিতিৰ মাজত এই আই ই ডি উদ্ধাৰ তথা নিষ্ক্ৰিয় কৰাটো বিশেষভাৱে গুৰুত্বপূর্ণ। উল্লেখযোগ্য যে আছাম ৰাইফলছৰ এটা দলে যোৱা নিশা জিৰিবামৰ মাখাবস্তি এলেকাত অভ...

October 6, 2025 1:47 PM

views 21

মণিপুৰত কাইলৈ পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ মেৰা হৌ চুংবা মহোৎসৱ

মণিপুৰত কাইলৈ পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ মেৰা হৌ চুংবা মহোৎসৱ অনুষ্ঠিত হ'ব। মণিপুৰৰ ৰাজ প্ৰসাদ চানা কুনুঙত অনুষ্ঠিত সংবাদমেলত এই মহোৎসৱৰ ৰাজ্যিক পৰ্যায়ৰ উদ্যোক্তা সমিতিৰ প্ৰতিনিধিয়ে জনোৱা অনুসৰি কাইলৈ ঐতিহাসিক কাংলাত মেৰা হৌ চুংবা মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত মণিপুৰৰ ১৩৫খন গাঁৱৰ গাঁওপ্...

October 6, 2025 1:46 PM

views 21

চত্তিশগড়ৰ কাৱাৰ্ধা জিলাত সংঘটিত পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু, ৫জন আহত

চত্তিশগড়ৰ কাৱাৰ্ধা জিলাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৫ জন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী, এগৰাকী নাবালিকা আৰু বাহনখনৰ চালকজন আছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৩০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চিল্কী উপত্যকাৰ আকালঘৰীয়াত এখন তীব্ৰবে...

October 6, 2025 1:10 PM

views 39

নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বিভিন্ন খণ্ডক সকাহ দিয়াৰ সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিশেষ প্রতিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২২ ছেপ্টেম্বৰত ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱে সমাজৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছে। নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বিভিন্ন খণ্ডক কিদৰে সকাহ দিছে সেই সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিশেষ প্রতিবেদন– নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বয়ন শিল্পী, কৃষক আৰু ...

October 6, 2025 1:04 PM

views 30

বহিঃৰাজ্যলৈ চক্রান্তৰে নিয়া ৩গৰাকী কিশোৰী আৰু এজন কিশোৰক উদ্ধাৰ মাকুম আৰক্ষীৰ

তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে বহিঃৰাজ্যলৈ চক্রান্তৰে নিয়া তিনিগৰাকী কিশোৰী আৰু এজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ খোৱাং চাহ বাগিচাৰ দুগৰাকী কিশোৰী আৰু কাকপথাৰ তেজিৰ এগৰাকী কিশোৰী আৰু কিশোৰক অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ লৈ গৈ থকা অৱস্থাত উদ্ধাৰ কৰে। মানৱ সৰবৰাহকাৰী চক্ৰই প্রলোভনেৰে কিশোৰ-কি...

October 6, 2025 1:02 PM

views 37

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। ১৭ বছৰৰ পাছত দেশত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিন্স, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্রান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমার্ককে ধৰি ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অ...

October 6, 2025 1:00 PM

views 30

মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত পাকিস্তানক ৮৮ ৰানত পৰাস্ত ভাৰতৰ

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক ৮৮ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৩৩ অভাৰতে আটাইকেইটা হেৰুৱাই কেৱল ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰ...

October 6, 2025 12:39 PM

views 44

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে অহা বতাহৰ সৈতে বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব পা...

October 6, 2025 12:30 PM

views 38

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত; ন্যায়িক তদন্ত আয়োগৰো তদন্ত আৰম্ভ

শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে। চি আই ডি আৰু এছ আই টিৰ তদন্তৰ মাজতে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা ন্যায়িক তদন্ত আয়োগেও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি চি আই ডি কার্যালয়ত পৃথকে পৃথকে জুবিন গাৰ্গৰ সহশিল্পী, বাদ্যযন্ত্রী, দেহৰক্ষী আৰু চালককে ১২ জন লোকক জেৰা ক...