October 7, 2025 7:27 PM

views 65

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত আছে। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়া ৰূপকমল কলিতা আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্রায় ছঘণ্টা ধৰি সোধা-পোচা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে ...

October 7, 2025 7:25 PM

views 46

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি

বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশেৰে লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ...

October 7, 2025 4:03 PM

views 51

কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত ড° এছ জয়শংকৰৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে দায়ৱদ্ধ কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ‘ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱ’ত অংশগ্ৰহণ কৰি ড° জয়শংকৰে কয়, যে আহিবলগীয়া দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধ...

October 7, 2025 4:00 PM

views 35

প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাৰ উল্লেখনীয় অগ্রগতি

–প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত এইদৰে মত প্ৰকাশ কৰে। ৰাজধানী মহানগৰীখনত আয়োজিত ‘ৰক্ষা নৱচাৰ সংবাদ' কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষ...

October 7, 2025 3:57 PM

views 38

আজি বাল্মিকী জয়ন্তী

■ দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মিকী জয়ন্তী উদযাপন কৰা হৈছে। এই দিৱসত মহাকাব্য ৰামায়ণৰ ৰচক মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী উপলক্ষ্যে পালন কৰা হয়। মহর্ষি বাল্মিকিক ‘আদি কবি’ বা সংস্কৃত ভাষাৰ প্রথম কবি হিচাপেও উপাসনা কৰা হয়। বাল্মিকী পন্থাৰ সদস্যসকলেও তেওঁক ঈশ্বৰৰ দূত হিচাপে শগণ্য কৰে আৰু পৰম ভক্তি...

October 7, 2025 3:52 PM

views 47

দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান ...

October 7, 2025 12:39 PM

views 84

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

● জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ...

October 7, 2025 12:32 PM

views 47

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নি...

October 7, 2025 12:00 PM

views 96

অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব

● নির্বাচন আয়োগে অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। অহা ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে কালি সন্ধিয়া মিজোৰামৰ ডাম্পা সমষ্টিৰ লগতে আৰু আন ৭ খন ৰাজ্যৰ কেইবাটাও সমষ্টিৰ উপ-নির্বাচন তথা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

October 7, 2025 12:52 PM

views 62

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্...