October 7, 2025 8:00 PM

views 19

ৰে’ল বিভাগৰ চাৰিটা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২৪ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া ৰে'ল বিভাগৰ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্রকল্পসমূহৰ ভিতৰত ভূচাৱাল-বৰ্ধা তৃতীয় আৰু চতুর্থ লাইন, গোন্দিয়া-দ'নগৰৰ্গঢ় চতুর্থ লাইন, বডোডৰা-ৰাটলাম তৃতীয় আৰু চতুর্থ লাইন তথা ইটার্জী-ভূপাল-বিনা চতুর্থ লাইন উ...

October 7, 2025 7:51 PM

views 39

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলত বাংলাদেশে ইংলেণ্ডক ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত জিকি ইংলেন্ডে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশে প্রথমে বেট ধৰি ৪৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে ...

October 7, 2025 7:48 PM

views 19

ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত প্রাদেশিকীকৃত উচ্চ, উচ্চতৰ আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। জ...

October 7, 2025 7:46 PM

views 46

দিনজোৰা কাৰ্যসূচীৰে অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ দ্বিতীয় ছহিদ অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস আজি তেওঁৰ জন্মস্থান নগাঁৱৰ পলাশনিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অনিল বৰাই মাধ্যম আন্দোলনৰ নেতৃত্ব...

October 7, 2025 7:44 PM

views 37

অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন অনুষ্ঠিত হ'ব। আজি অভিৱৰ্তনৰ আয়োজক সমিতিয়ে সংবাদ মেলযোগে এই বিষয়ে সদৰি কৰে। এই অভিবৰ্তনত দেশৰ কমেও ৩৩খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্ট-আপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধ...

October 7, 2025 7:43 PM

views 21

পৰহিলৈ বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন অনুষ্ঠিত

বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন পৰহিলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথম বাৰৰ বাবে এই অধিবেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বড়োফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ ১০ বজাত এই অধিবেশন আৰম্ভহ'ব।

October 7, 2025 7:38 PM

views 44

আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা

চীপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদার্থ বিজ্ঞানৰ ক্রিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ অভূতপূর্ব পৰীক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানী তিনিগৰাকীৰ গৱেষণাৰ ফলত কোৱান্টাম কম্পিউটাৰ, কোৱাণ্টাম সংবেদনগ্রাহক আৰু কোৱাণ্টাম সংকেতবিদ্যাৰ অগ্ৰগতি...

October 7, 2025 7:35 PM

views 30

ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ গঠন কৰা মন্ত্ৰীগোটৰ চূড়ান্ত প্রতিবেদন ২৫ নৱেম্বৰত দাখিলৰ সম্ভাৱনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্রুত গতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু ২৫ নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্রীগোটে এই সন্দর্ভত চূড়ান্ত প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্রশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি তিনিচুকীয়াত প্রকাশ কৰে। মুখ্যমন্ত্রীয়ে ...

October 7, 2025 6:36 PM

views 36

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনা ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কাইলৈ ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব।

October 7, 2025 6:32 PM

views 36

নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰদান

নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। সংগঠনটোৱে অভিযোগ কৰা মতে ...