October 13, 2025 12:47 PM

views 77

আমেৰিকাৰ ছাউথ কেৰ’লিনা দ্বীপত সংঘটিত গুলীচালনাত ৪ জন নিহত ২০ জন লোক আহত

আমেৰিকাৰ ছাউথ কেৰ'লিনা দ্বীপত এখন ৰেষ্টুৰেণ্টত কালি সংঘটিত এটা গুলীচালনাৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২০ জন লোক আহত হয়। বিউফ'র্ট কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এখন বিবৃতিযোগে প্রকাশ কৰা অনুসৰি নিশা ১ বজাত ছেইন্ট হেলেনা দ্বীপৰ এখন ৰেষ্টুৰেণ্টৰ পৰা কাৰ্যালয়ৰ সহকাৰীলৈ ফোন কৰি ঘটনা সম্পর্কে অৱগত ...

October 13, 2025 12:45 PM

views 26

সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে, যে ২৬ অক্টোবৰত সামৰণি পৰিবলগীয়া এই বার্ষিক অনুশীলনত ভাৰতীয় সেনা বাহিনীৰ এটা ১২৫ জনীয়া দলে অংশগ্রহণ কৰিব। গোর্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সে...

October 13, 2025 12:41 PM

views 53

তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত অনিতা আনন্দ

কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দ তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলকো সাক্ষাৎ কৰিব। আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্র্য, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰ...

October 13, 2025 12:39 PM

views 19

গাজা শান্তি সম্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইৰ’ত উপস্থিত কীর্তিবর্ধন সিং

কেন্দ্রীয় পৰিবেশ তথা বন ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিং, গাজা শান্তি সম্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ উদ্দেশ্যে ইজিপ্তৰ ৰাজধানী কাইৰ'ত উপস্থিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিশেষ প্রতিনিধি হিচাপে এই সম্মিলনত তেওঁ অংশগ্রহণ কৰিব বুলি সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। যোৱা বৃহ...

October 13, 2025 12:51 PM

views 29

এদিনীয়া ভ্রমণসূচীৰে অমিত শ্বাহ আজি ৰাজস্থানৰ জয়পুৰত উপস্থিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত। এই ভ্রমণকালত তেওঁ নতুন ফৌজদাৰী আইন-ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰে। ছদিনীয়াকৈ আয়োজন কৰা এই প...

October 13, 2025 12:35 PM

views 51

নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ এখন বৈঠক যোৱানিশা নতুন দিল্লীৰ দলৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্রহণ কৰে। বিহ...

October 12, 2025 9:20 PM

views 113

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অস্ট্রেলিয়াক জয়ৰ বাবে ভাৰতৰ ৩৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত ভাৰতে অস্ট্রেলিয়াক জয়ৰ বাবে ৩৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪৮ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩০ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সর্বাধিক ৮০ ৰাণ কৰে...

October 12, 2025 9:17 PM

views 40

ভাৰতে পুৰুষৰ চুলতান জোহৰ কাপ জুনিয়ৰ হকী প্রতিযোগিতাত নিউজিলেণ্ডক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে

ভাৰতে আজি মালয়েছিয়াৰ জোহৰ বাহকত অনুষ্ঠিত পুৰুষৰ চুলতান জোহৰ কাপ জুনিয়ৰ হকী প্রতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অর্শদীপ সিং, পি বি সুনীল, অৰিজিৎ সিং হুন্দাল আৰু ৰোচন কুজুৰে গ'ল দিয়ে। নিউজিলেণ্ডে খেলখনত সমতা স্থাপনৰ বাবে চেষ্টা চলায় আৰু অধিনায়ক বুছ নেলচন আৰু এইডেন ...

October 12, 2025 9:14 PM

views 34

বেষ্ট ইন্ডিজৰ ভাৰতৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ

বেষ্ট ইন্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত আজি তৃতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত ছাই হ'পে ৬৬ আৰু জন কেম্পবেলে ৮৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বেষ্ট ইন্ডিজ ৮টা উইকেট আউট হ'বলৈ বাকী...

October 12, 2025 9:04 PM

views 52

আফগান তালিবানৰ পাকিস্তানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ

আফগান তালিবানে পাকিস্তানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই আক্রমণত ৫৮ জন পাকিস্তানী সৈনিক নিহত হৈছে। তালিবানে ইয়াক পাক্তিকা প্রদেশত হোৱা পাকিস্তানী বিমান আক্রমণৰ প্ৰতিশোধ বুলি অভিহিত কৰিছে। তালিবানৰ মুখপাত্র জবিবুল্লাহ মুজাহিদে কয়, যে এই আক্রমণত সীমান্তবর্তী একাধিক স্থানক লক্ষ্য কৰি লোৱা হয় ...