October 19, 2025 8:10 PM

views 51

বেলুচিস্তানৰ বিভিন্ন স্থানৰপৰা ৮ জন নাগৰিকক পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে অজ্ঞাত স্থানলৈ নিয়ে

পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তানৰ বিভিন্ন স্থানৰ পৰা ৮ জন নাগৰিকক বলপূর্বকভাবে ধৰি কোনো অজ্ঞাত স্থানলৈ লৈ গৈছে। মানৱ অধিকাৰ, বেলুচ, য়াকজেহটি কমিটীয়ে কালি বেলুচিস্তানত পাকিস্তানী কর্তৃপক্ষই বলপূর্বকভাবে সাধাৰণ লোকক ধৰি অজ্ঞাত স্থানলৈ লৈ যোৱা, ন্যায় বহিঃর্ভূত হত্যা আৰু নির্যাতন চলোৱা বুলি অভি...

October 19, 2025 8:06 PM

views 27

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতৰ ৭ উইকেট পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ডি এল এছ পদ্ধতিৰ সহায়ত অষ্ট্ৰেলিয়াই ২১ অভাৰ এটা বলত ১৩১ ৰানত বিজয় সাব্যস্ত কৰে। বৰষুণৰ বাবে খেলখন ২৬ অভাৰলৈ সীমিত কৰাত ভাৰতে প্রথমে বেট ধৰি ৯টা উইকেটৰ ...

October 19, 2025 7:59 PM

views 55

বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে পর্যবেক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ

নির্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নির্বাচন স্বচ্ছ আৰু মুক্তভাবে অনুষ্ঠিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাবে পর্যবেক্ষণ কৰিবলৈ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ দিছে। এটা বিবৃতিযোগে আয়োগে কৈছে যে, বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১২১ গৰা...

October 19, 2025 7:55 PM

views 150

হাড়ৰ দুৰ্বলতা আৰু ক্ষয় ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আয়ুষ মন্ত্র্যালয়ৰ সকলো নাগৰিকলৈ আহ্বান

আয়ুষ মন্ত্র্যালয়ে সকলো নাগৰিক বিশেষকৈ বয়োজ্যেষ্ঠ লোক তথা ৰজোঃনিবৃত্তি হোৱা মহিলাসকলক অষ্টিওপৰোচিছ অর্থাৎ হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কাইলৈ পালন কৰিবলগীয়া বিশ্ব অষ্টিওপৰোচিছ দিৱসৰ প্ৰাক সন্ধ্যা এট...

October 19, 2025 7:46 PM

views 46

উত্তৰ প্ৰদেশৰ অযোধ্যাত দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন

উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰখনে ৰাম কী পেইড়ীকে ধৰি অযোধ্যাৰ ৫৬টা ঘাটত ২৬ লাখৰো অধিক চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই বছৰ সৰজো নদীৰ পাৰত ২১০০ গৰাকী বেদাচাৰ্যই মহা আৰতি আৰু শ্লোক উচ্চাৰণেৰে আন এটা বিশ্ব অভিলেখ গঢ়াৰ...

October 19, 2025 7:25 PM

views 34

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ছোৱালীৰ ফাইনেলত ভাৰতৰ তনভি শৰ্মাৰ পৰাজয়

ভাৰতৰ তনভি শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ছোৱালীৰ ফাইনেলত থাইলেণ্ডৰ অন্যাপট ফিছিতফোনৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি ৰূপৰ পদক লাভ কৰিছে। তনভিয়ে ফাইনেলত ৭–১৫, ১২-১৫ গেমত পৰাজিত হয়। ১৬ বছৰীয়া তনভি বিশ্বৰ জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ...

October 19, 2025 7:13 PM

views 38

ৰাজ্যৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ আহ্বান

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ আহ্বান জনাইছে। ৰাজ্যৰ প...

October 19, 2025 7:17 PM

views 28

অসম বিধানসভাত অহা ২৫ নৱেম্বৰত চাহ জনজাতিৰ লোকসকলৰ সুবিধার্থে বিধেয়ক উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ মন্তব্য

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা ৩ দিনীয়াকৈ অসম চাহ জনজাতি ছাত্র সন্থাৰ ২৯ সংখ্যক দ্বিবার্ষিক অধিবেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবার্ষিক সাধাৰণ অধিবেশন অনুষ্ঠিত হৈছে। অধিবেশনৰ মুকলি সভাত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষ...

October 19, 2025 6:57 PM

views 33

বাল্য বিবাহ হ্ৰাস কৰাত দেশৰ ভিতৰতে অসমৰ শীৰ্ষস্থান লাভ

অসমে বাল্য বিবাহ হ্ৰাস কৰাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। ৰাজ্যৰ কন্যা শিশুসকলৰ মাজত ৮৪ শতাংশ আৰু ল'ৰা শিশুসকলৰ মাজত ৯১ শতাংশ বাল্যবিবাহ হ্রাস পাইছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ আৰু বিহাৰত ৭০ শতাংশকৈ, ৰাজস্থানত ৬৬ শতাংশ আৰু কৰ্ণাটকত...

October 19, 2025 6:54 PM

views 55

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শুভেচ্ছা জ্ঞাপন

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে সাজু হৈছে। অৱশ্যে এইবাৰ ৰাইজৰ মাজত উৎসৱৰ পূৰ্বৰ আনন্দমুখৰ পৰিবেশে বিৰাজ কৰা নাই। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰ...