October 23, 2025 8:59 PM
52
ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ২ উইকেটত পৰাস্ত
এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষি...