October 24, 2025 12:30 PM

views 47

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানতৰ কাইলৈ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্রসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ'লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূর্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ।...

October 24, 2025 12:29 PM

views 24

আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রীৰ কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্রহণ কৰিব। মুখ্যমন্ত্রীয়ে ইতিমধ্যে শ্রীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰে। মহিলাসকলক আর্থিকভাব...

October 24, 2025 12:23 PM

views 36

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ বাবে কামৰূপ জিলা দণ্ডাধীশৰ কেতবোৰ নিৰ্দেশনা জাৰি

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ পৱিত্ৰতা ৰক্ষাৰ বাবে কামৰূপ জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। বিভিন্ন পক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাৰ পাছত জাৰি কৰা নির্দেশনা অনুসৰি জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিত থকা সমাধিস্থলীত দৈনিক পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে দর্শনার্থীয়ে প্রবেশ কৰি প্ৰিয় শিল্পীগৰাক...

October 24, 2025 12:21 PM

views 62

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত তদন্ত সামৰি দুগৰাকী বিষয়া গুৱাহাটীত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্তৰ উদ্দেশ্যে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট SIT ৰ দুগৰাকী বিষয়া মুন্নাপ্রসাদ গুপ্তা আৰু তৰুণ গোবেল কালি গুৱাহাটীলৈ উভতি আহে। যোৱা ২০ অক্টোবৰত মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ ৰাওনা হোৱা দুজনীয়া দলটোৱে চাৰিদিনীয়া তদন্ত সামৰি জুবিন গাৰ্গৰ মৃত্য...

October 24, 2025 12:19 PM

views 46

ৰাজ্যৰ প্ৰায় চাৰি লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি মন্ত্রী সভাৰ বৈঠকত সিদ্ধান্ত গ্রহণ

 ৰাজ্যৰ প্ৰায় চাৰি লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রী সভাৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চাহ জনগোষ্ঠীৰ লোকসকলক বাগিচাৰ লাইনৰ মাটিৰ পট্টা...

October 23, 2025 9:09 PM

views 18

শিলচৰত গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক গ্ৰেপ্তাৰ

শিলচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক আজি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এখন ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰী এই লোকজন শিলচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ১৩ জন ভুৱা চিকিৎসকক প্ৰমাণপত্ৰ প্ৰদানকে ধৰি কেতবোৰ নীতি বহির্ভুত কার্যত জড়িত আ...

October 23, 2025 9:07 PM

views 63

পবিতৰা অভয়াৰণ্য ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি

পবিতৰা অভয়াৰণ্য আজি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰ...

October 23, 2025 9:05 PM

views 12

হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত বিদ্যুৎপৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাত জড়িত দুজনক আটক

হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত বিদ্যুৎপৃষ্ট হৈ যোৱা নিশা দুটা বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আজি ৰাজকুমাৰ ৰাজভৰ আৰু অজয় কুমাৰ ৰাজভৰ নামৰ দুজন লোকক আটক কৰে। ধাননি পথাৰত হাতীৰ প্ৰৱেশত বাধা দিয়াৰ বাবে স্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্য...

October 23, 2025 9:04 PM

views 20

আকাশবাণী গুৱাহাটীৰ অহা ২৫ অক্টোবৰৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎ‍সালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ'লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বি...

October 23, 2025 9:01 PM

views 78

যোৰহাটৰ অধ্যাপিকা ড০ মুৰ্চনা খুচৰু ইছৰোৰ গৱেষণা প্ৰকল্পৰ বাবে বাছনি

যোৰহাটৰ লিচুবাৰী ডেনিছ নগৰৰ ড০ মুৰ্চনা খুচৰু নামৰ অধ্যাপিকাগৰাকীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এটা অভিলাষী গৱেষণা প্ৰকল্পৰ বাবে বাছনি লাভ কৰিছে। মেঘালয়ৰ ইউ এছ টি এমৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাগৰাকীয়ে ইছৰোত ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ৱান সন্দৰ্ভত এটা গৱেষণা প্ৰকল্পৰ নেতৃত্...