October 30, 2025 12:28 PM

views 49

আজি চতুর্থ বাৰৰ বাবে বাক্সা জিলা প্রশাসনৰ জিলা দিৱস উদযাপন

 বাক্সা জিলা প্রশাসনে আজি চতুর্থ বাৰৰ বাবে জিলা দিৱস উদযাপন কৰিছে। ২০০৩ চনৰ আজিৰ দিনটোতে বি টি চি চুক্তি অনুসৰি নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি বাক্সা জিলা গঠন কৰা হৈছিল। জিলা দিবস উপলক্ষে আজি চাইকেল সমদলৰ উপৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। চিৰাং জিলা প্রশাসনেও আজি জিলা দিৱস উদযাপন ...

October 30, 2025 12:26 PM

views 30

ৰৈ ৰৈ বিনালে ছবিৰ জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

কাইলৈ মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক এই ধ...

October 30, 2025 12:24 PM

views 50

শীঘ্ৰেই অসমত অষ্টম দৰমহা আয়োগ গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব পৰাকৈ শীঘ্ৰেই অসমত অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত আয়ুস্নান অসম- মুখ্যমন্ত্রী লোকসেবক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে।...

October 30, 2025 12:21 PM

views 19

অসম মন্ত্রীসভাত ৰাজ্যৰ ২,১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত

 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্রীসভাৰ বৈঠকত ৰাজ্যৰ ২ হাজাৰ ১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি মাজুলীৰ ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ ২ হাজাৰ ৬৮ খন ৰাস সমিতিক ২৫ হা...

October 29, 2025 8:51 PM

views 22

বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি মন্ত্রী জি কিষাণ ৰেড্ডীৰ

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি নতুন দিল্লীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি কৰে। এই উপলক্ষে শ্রীৰেড্ডীয়ে কয়, যে ব্যৱসায় সুগম কৰি তোলা, বিভিন্ন ক্ষেত্ৰৰ বাবে বিনিয়োগ আকর্ষণ কৰা আৰু উদ্যোগ জগতৰ ব্যাপক অংশগ্রহণত উদগণি যোগোৱাই এই নিলামৰ মূল উদ্দেশ্য। মন্ত্ৰীগ...

October 29, 2025 8:48 PM

views 122

চৌদি আৰৱত কালিৰে পৰা ৩ নৱেম্বৰলৈ প্ৰবাসী পৰিচয় অনুষ্ঠান

ৰিয়াধত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ বৰ্ণিল সংস্কৃতিক বিশ্ব দৰবাৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ২০২৩ চনৰ পৰা প্ৰবাসী পৰিচয় নামৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই বছৰৰ প্ৰবাসী পৰিচয় অনুষ্ঠান কালিৰে পৰা ৩ নৱেম্বৰলৈ চৌদি আৰৱত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত প্রবাসী ভাৰতীয় সংস্থাসমূহে শাস্ত্রীয় নৃত্য, সংগীত, লোককল...

October 29, 2025 8:42 PM

views 30

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুজৰাটলৈ যাত্ৰা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্রমণকালত শ্রী মোদীয়ে কাইলৈ কেবড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঠনি আৰু উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিবছা ...

October 29, 2025 8:39 PM

views 19

ৰাজ্যিক পৰ্যায়ৰ ৩৬টা আৰু জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় নির্বাচন আয়োগৰ

নির্বাচন আয়োগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰশ্ন আৰু ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ভোটদাতা হেল্পলাইন আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা আৰু জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় কৰি তুলিছে। ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্রই সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্রীয় হেল্পলাইন হিচাপে কাম কৰিব। এই কেন...

October 29, 2025 8:37 PM

views 18

সামুদ্রিক ক্ষেত্ৰ দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী

সামুদ্রিক ক্ষেত্ৰ, দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। মুম্বাইত আয়োজিত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ৰ অধীনৰ এখন সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিগত এটা দশকত এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু ব্যৱসায় তথা ব...

October 29, 2025 8:34 PM

views 46

গুৱাহাটীৰ চচলত এন এইচ এম কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

সমান কামৰ বাবে সমান দৰমহা আৰু চাকৰি নিয়মীয়া কৰণৰ দাবীৰে আজি ৰাজ্যৰ এন এইচ এম কৰ্মচাৰীসকলে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ স্বাস্থ্য খণ্ডত নিয়োজিত হৈ থকা এই কৰ্মচাৰীসকলে বিগত সময়ছোৱাত প্ৰাপ্য আদায়ৰ বাবে চৰকাৰক অনুৰোধ জনাই আহিছিল যদিও ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত বিশেষ গুৰ...