November 4, 2025 6:39 PM

views 75

অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ

অসম বিধানসভাৰ শীতকালীন অধিবেশন অহা ২৫ নৱেম্বৰৰ পৰা দিছপুৰত আৰম্ভ হ'ব। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। অধিৱেশনৰ আৰম্ভণিৰ দিনা বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তর্পণ কৰা হ'ব। সেইদিনাই অধ্যক্ষ বিশ...

November 4, 2025 3:31 PM

views 32

নেইনিতালৰ কেইঞ্চি ধামত অৱস্থিত নীম কৰ’লী বাবাৰ আশ্ৰম দৰ্শন ৰাষ্ট্ৰপতি মুৰ্মুৰ

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি পুৱা নেইনিতালৰ কেইঞ্চি ধামত অৱস্থিত নীম কৰ’লী বাবাৰ আশ্ৰম দৰ্শন কৰিব। শ্রীমতী মুৰ্মুৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আন ভক্তসকলক দিনৰ ১২ বজাৰ পাছত আশ্ৰম দৰ্শনৰ বাবে আহিবলৈ আশ্ৰম পৰিচালনা কৰ্তৃপক্ষই ইতিমধ্যে আহ্বান জনাইছে। তিনিদিনীয়া উত্তৰাখণ্ড ভ্রমণসূচীৰে ৰাষ্ট্ৰপ...

November 4, 2025 3:23 PM

views 30

ভাৰতৰ ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম’ৰ লেছ-টেলৈ প্ৰেৰণ

ভাৰতে ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম'ৰ লেছ-টেলৈ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে গোলকীয় দক্ষিণত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য স্বাস্থ্য অংশীদাৰী দেশ হিচাপে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে টিম'ৰ লেছ- টেত ২০২৪ চনৰ মাৰ্চ...

November 4, 2025 3:05 PM

views 41

মেৰা বুথ সবছে মজবুত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

■ মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে এই কাৰ্যসূচীক লৈ তেওঁৰ উৎসাহ প্ৰকাশ কৰি কয়, যে বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি-এন ডি এ মিত্ৰজোঁটক জয়ী কৰাবলৈ মহিলাসকলে ...

November 4, 2025 12:01 PM

views 58

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত

● বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বা...

November 4, 2025 11:57 AM

views 54

সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সন্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্...

November 4, 2025 11:54 AM

views 43

মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ

◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন,...

November 4, 2025 11:06 AM

views 50

■ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্রহণৰ বাবে ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা ২১ নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজা...

November 4, 2025 11:02 AM

views 211

■ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ

■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব...

November 4, 2025 10:55 AM

views 80

● আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা- কুশলীসকল...