November 5, 2025 1:29 PM

views 48

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ কেইবাখনো মঞ্চত কালিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে বহু লোকৰ সমাগম হৈছে। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ...

November 5, 2025 1:28 PM

views 19

দিছপুৰত অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২৫ নৱেম্বৰৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব।  ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। অধিৱেশনৰ আৰম্ভণিৰ দিনা বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰা হ'ব। সেইদিনাই অধ্যক্ষ বি...

November 5, 2025 1:25 PM

views 56

ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আজিৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি সমগ্ৰ ৰাজ্যৰ লগতে প্ৰবাসী অস...

November 5, 2025 1:21 PM

views 20

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যৰ দুটা গুৰুত্বপূর্ণ প্রকল্প উদ্বোধনৰ বাবে অসমলৈ আমন্ত্ৰণ জনায়। প্রধানমন্ত্রীয়ে এই আমন্ত্রণ গ্রহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। শ্ৰী মোদীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীন...

November 5, 2025 1:19 PM

views 21

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত কৰাৰ লক্ষ্যৰে নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে নতুন দিল্লীত কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ বৈঠক

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে অঞ্চলটোৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন বিশেষ বৈঠকৰ আয়োজন কৰে। এই মঞ্চখনে ৰাষ্ট্রীয় পৰ্যায়ত অঞ্চলটোৰ সমস্যাসমূহ তুলি ধৰিব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ৱান নৰ্থ-ইষ্ট’ শীৰ্ষক এখ...

November 4, 2025 8:08 PM

views 39

জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাৰ আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঐতিহাসিক বিশ্বকাপ জয়ৰ পাছত খেলখনত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ কৰিছে। অস্ট্রেলিয়াৰ বিৰুদ্ধে খেলা ছেমি ফাইনেলত শতক অৰ্জন কৰাৰ পাছত জেমিমাই প্ৰথমবাৰৰ বাবে শীৰ্ষৰ ১০ গ...

November 4, 2025 8:07 PM

views 27

নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন

ভাৰতীয় সেনা বাহিনীয়ে আজি নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন কৰিছে। ২০৩৬ চনৰ দেশৰ অলিম্পিক অভিযানৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীৰ শ্ৰেষ্ঠ খেলুৱৈসকলক আগুৱাই নিয়াৰ দায়বদ্ধতাৰে এই সমাৰোহ আয়োজন কৰা হৈছে। বিভিন্ন ক্রীড়া সংস্থাৰ সৈতে সহযোগিতাৰে আৰু এথলিট থ্রি ছিক্সটি শীর্ষক অভিযান এই দুটা মূল...

November 4, 2025 8:02 PM

views 30

ছত্তিশগড়ৰ সংঘটিত এটা ৰে’ল দুর্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত

ছত্তিশগড়ৰ বিলাসপুৰৰ সমীপৰ লালখাদানত আজি সন্ধিয়া সংঘটিত এটা ৰে'ল দুর্ঘটনাত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত হৈছে। ৰে’ল বিভাগৰ সূত্রই জানিবলৈ দিয়া অনুসৰি, এখন যাত্রীবাহী ৰে’লৰ সৈতে এখন মালবাহী ৰে'লৰ খুন্দা লগাৰ ফলত এই দুর্ঘটনাটো সংঘটিত হয়। ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে জিলা প্রশাসন...

November 4, 2025 7:58 PM

views 36

মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ ভাৰতৰ সাহায্য প্রদান

ভাৰতে ঘূর্ণী বতাহ মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ মানৱীয় সাহায্য প্রদান কৰিছে। নতুন দিল্লীৰ পৰা আজি প্রায় ২০ টন সাহায্য সামগ্রী দেশ দুখনলৈ মানৱীয় সাহায্য আৰু দুর্যোগ সাহায্য সামগ্রী হিচাপে প্ৰেৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বার্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে জানিবলৈ দি...

November 4, 2025 7:55 PM

views 28

গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শ্রীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয়, যে গুৰু নানকদেৱৰ জয়ন্তীত সকলোকে তেওঁৰ আদৰ্শ আৰু শিকনিসমূহ আঁকোৱালি ল'বলৈ অনুপ্রাণিত কৰে আৰু এখন উন্নত সমাজ গাঢ়াৰ ক্ষেত্ৰত সকলোকে পথ প্ৰদৰ্শন কৰে। তেওঁ কয়, যে গুৰু...