November 8, 2025 8:17 PM

views 32

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে লাচিত ঘাটত কাইলৈ কেন্দ্ৰীয় অনুষ্ঠান

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফে...

November 8, 2025 8:11 PM

views 33

গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। ৭৩১ বিঘা ভূমিত নির্মাণ কৰিব...

November 8, 2025 1:23 PM

views 61

গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

ৰাজ্যত কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দে...

November 8, 2025 1:22 PM

views 42

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত কাইলৈ-পৰহিলৈ উচ্ছেদ অভিযান, সাজু জিলা প্ৰশাসন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে উচ্ছেদ অভিযানৰ পূৰ্বেই দখলকাৰীসকলে স্ব-ইচ্ছাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। ইয়াৰ জৰিয়তে দহিক...

November 8, 2025 1:19 PM

views 31

লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত ভিন্ন কাৰ্যসূচী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলা ভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইপিনে কালি জিলাখনৰ নিৰ্মালী গাঁৱত কেন্দ্ৰীয় মন্ত্ৰী...

November 8, 2025 1:07 PM

views 26

ধেমাজিৰ জোনাইত তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত এজন লোক

ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা এখন তীব্ৰবেগী ৰে'লে এজন লোকক মহটিয়াই নিয়াৰ ফলত লোকজনৰ থিতাতে মৃত্যু হয়। মৃত লোকজনক জোনাইৰ এক নম্বৰ ৰাজাখানা গাঁৱৰ তিলক চেত্ৰী বুলি চিনাক্ত কৰা হৈছে। ৬০ বছৰীয়া লোকজনে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহাৰ সময়তে ৰঙিয়া অভিমুখী নামনিমুৱা এখন ৰে'লে তেওঁক মহটিয়াই থৈ যায...

November 8, 2025 12:56 PM

views 32

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আজি এংগোলা আৰু বটছৱানা ভ্ৰমণলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি এংগোলা আৰু বটছৱানা ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মু এংগোলাৰ ৰাষ্ট্ৰপতি জ’ৱাও মেনুৱেল গনকাল্ভছ লৰেনক'ৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। উল্লেখযোগ্য যে এই বছৰ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰ সম্পূৰ্ণ হৈছে। এই ভ্ৰমণৰ সময়ছোৱা...

November 8, 2025 12:55 PM

views 29

নতুন দিল্লীৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী সহায় প্রদান ব্যৱস্থা সুদৃঢ়কৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী সহায় প্রদান ব্যৱস্থা সুদৃঢ়কৰণ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। শ্রীমোদীয়ে এই সন্মিলনত ৰাষ্ট্ৰীয় বৈধ সেৱা প্ৰাধিকৰণে প্ৰস্তুত কৰা সামূহিক মধ্যস্থতা প্রশিক্ষণ ব্যৱস্থা মুকলি কৰাৰ লগতে সমাৱেশতো অংশ ল'ব। ...

November 8, 2025 12:54 PM

views 22

গোৱাৰ পানাজিত অহা ২০-২৮ নৱেম্বৰলৈ ৫৬সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গোৱাৰ পানাজিত অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ ৫৬ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। নতুন দিল্লীত কালি চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্যপ্রযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে কয় যে গোৱাত হ'বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱে এই ক্ষেত্ৰৰ...

November 8, 2025 12:54 PM

views 54

২০২৮ চনত লছ এঞ্জেলেছত হ’বলগীয়া অলিম্পিক গেমছত পুৰুষ-মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত

২০২৮ চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ আৰু মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চি এয়ে প্ৰকাশ কৰিছে। প্ৰতিটো শাখাতে ছটাকৈ দল থাকিব। এটা শতিকাৰো অধিক সময়ৰ পাছত ক্ৰীড়াৰ গোলকীয় সম্প্ৰসাৰণৰ দিশত ঐতিহাসিক মাইলৰ খুটি হিচাপে ২৮ খন খেল অন্তৰ্ভুক...