November 8, 2025 8:57 PM

views 31

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ গুৱাহাটীলৈ আহিব

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ...

November 8, 2025 8:53 PM

views 29

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি নিশাৰ ভাগত শ্রীমতী মুর্মু এংগোলাত উপস্থিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হৈছে প্রথম এংগোলা আৰু বটছৱানা ভ্রমণ। ভ্ৰমণৰ সময়ছোৱাত অহা ১৩ নৱেম্বৰলৈ এংগোলা, বটছৱানা আৰু ভাৰতৰ মাজৰ বৰ্তমানৰ দ্বিপাক্ষ...

November 8, 2025 8:52 PM

views 21

আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন মুকলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উচ্চতম ন্যায়ালয়ত আয়োজিত আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধীকৰণ চমুকৈ নালচাই প্রস্তুত কৰা সমূহীয়া ধ্যান প্রশিক্ষণ পাঠ্যক্রমো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত...

November 8, 2025 8:42 PM

views 33

জোনাইৰ ৰাজাখানাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। ৰাজাখানা ৰেল দলঙৰ সমীপত ৰঙিয়া অভিমুখী নামনিমুৱা ৰে'লখনে মহতীয়াই নিয়া লোকজন জোনাইৰ এক নম্বৰ ৰাজাখানা ৬০ বছৰীয়া তিলক ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে লোকজন প্ৰাতঃভ্ৰমণৰ বাবে ...

November 8, 2025 8:39 PM

views 30

যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি

অসমীয়া ভাষাত মণ্টেশ্বৰী শিক্ষাৰ বাটকটীয়া যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে এই সমাৰোহ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বাৰেৰহনীয়া শোভাযাত্ৰা আৰু চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শ...

November 8, 2025 8:37 PM

views 30

বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, নগদ ধনসহ মহিলাক গ্ৰেপ্তাৰ মানকাচৰৰ পূবেৰগাওঁ আৰক্ষীৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত -বাংলাদেশ সীমান্তৱৰ্তী পূবেৰগাওঁ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নগদ ধনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। মাদক দ্রব্য সৰবৰাহত জড়িত এই মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে প্ৰায় ডেৰ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৯ হেজাৰ ১০০ টকা উদ্ধাৰ কৰিছে। আৰক্ষী...

November 8, 2025 8:34 PM

views 26

অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মহানগৰ কাৰ্যালয়ত ভাৰতীয় প্ৰশাসনিক বিষয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ প্ৰতিৰোধ আইনৰ অধীনত তদন্তকাৰী সংস্থাটোৱে এই সম্পত্তি জব্দ কৰে। উল্লেখযোগ্য যে অসম ৰাজ্...

November 8, 2025 8:32 PM

views 30

লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ

লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলাভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশক স্বাধীন কৰাৰ ক...

November 8, 2025 8:27 PM

views 32

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ চলোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ উচ্ছেদ চলোৱা হ'ব বুলি কৰা ঘোষণাৰ পাছতে দখলকাৰীসকলে স্বেচ্চাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠা বুলি আম...

November 8, 2025 8:20 PM

views 30

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বৈঠক

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ৰাজ্যজুৰি স্বাস্থ্য সেৱা অধিক উন্নীতকৰ...