November 12, 2025 12:34 PM
24
ৰাজ্য চৰকাৰ গুগলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰক লৈ এখন বিশেষ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
জনসাধাৰণৰ কাম আৰু চৰকাৰৰ সেৱাসমূহ অধিক স্বচ্ছ আৰু ক্ষিপ্ৰতাৰ লগতে নিয়াৰিকৈ উপলব্ধ কৰাত সহায়ক হোৱাকৈ প্রশাসনত কৃত্রিম বুদ্ধিমত্তাৰ বহুল প্রয়োগত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অসম তথা উত্তৰ-পূব ভাৰতক এ আই হাবৰূপে প্ৰতিষ্ঠাৰ বাবেও প্রয়োজনীয় কাৰিকৰী সামৰ্থ আহৰণ আৰু আন্তঃগাঁথনিৰ বিকাশত চৰকাৰে বিশেষভাৱে...