April 2, 2024 7:13 PM

views 22

ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ

♦ সমাগত ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। সম্বলপুৰ বিধানসভা সমষ্টিৰ পৰা জয়নাৰায়ণ মিশ্ৰই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মানস কুমাৰ দত্তই বালেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। চিতাংছু শেখৰ মহাপাত্রই ভদ্ৰক আৰু ক্ৰুছানা চন্দ্ৰ পাত্ৰই ধেনকান...

April 2, 2024 7:02 PM

views 40

অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক

◊ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৱে বাৰ্ষিক অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান, প্রশাসনিক সচিব, উপ-আয়ুক্ত আৰু আন বিভাগসমূহৰ মুৰব্বী, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, দূৰসংযোগ সেৱা প্ৰদানকাৰী সংস্থা আৰু দুৰ্য্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকত ...

April 2, 2024 7:50 PM

views 60

আই পি এলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছে কালি আই পি এল ক্রিকেট প্রতিযোগিতাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম...

April 2, 2024 1:30 PM

views 26

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি দুগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ অক'লা সমষ্টিত অভয় কাশীনাথ পাৰ্টিলে আৰু তেলেংগানাৰ ৱাৰাংগল সমষ্টিত কাডিয়াম কাব্যই নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

April 2, 2024 1:48 PM

views 16

হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডৰ গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ-228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান

♦ হিন্দুস্তান এৰ'ন'টিক্স লিমিটেডে গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ 228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী কয় যে, বয়িং C-17 শ্ৰেণীৰ দুখন গ্লোব মাষ্টাৰ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে ডৰ্নীয়াৰ এয়াৰক্রাফ্‌ট দুখন কালি বিয়লি চেড্...

April 2, 2024 1:11 PM

views 46

কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীৰ তীব্র প্রতিক্রিয়া

◊ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্র প্রতিক্রীয়া প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, দিল্লীৰ আদালতে সুনির্দিষ্ট প্ৰমানৰ ভিত্তিত তেওঁক ...

April 2, 2024 1:04 PM

views 39

ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাবে ঐতিহাসিক মাইলৰ খুঁটিঃ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাবে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্ৰধান মন্ত্রী মোডীয়ে কয় যে ইয়াৰ জৰিয়তে ভাৰত আত্মনিৰ্ভৰশীলতাৰ দিশত আৰু এখোজ আগবাঢ়ি যোৱাটো নিশ্চিত হৈছ...

April 2, 2024 1:04 PM

views 46

সীমান্তত সংঘাত অব্যাহত থকা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্যৰ সম্ভাৱনা নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ

♦ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে, সীমান্তত সংঘাত অব্যাহত থকা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্যৰ সম্ভাৱনা নাই। ছুৰাটত দক্ষিণ গুজৰাট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইষ্ট্ৰীয়ে আয়োজন কৰা ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় এখন বাণিজ্যিক সন্মিলনত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। কোনো ধৰ...

April 2, 2024 12:44 PM

views 27

নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী দিনৰ প্ৰায় ১.৩০ বজাত জয়পুৰ মলাহেৰা গাঁৱত উপস্থিত হ’ব

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে মলাহেৰা গাঁৱত আয়োজন কৰা সভাস্থলীত দিনৰ প্ৰায় ১.৩০বজাত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্ৰাৰ্থী ৰাও ৰাজেন্দ্ৰ সিঙৰ হৈ এ...

April 2, 2024 12:40 PM

views 38

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰ...