April 2, 2024 7:47 PM

views 43

কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা

♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বি...

April 2, 2024 7:48 PM

views 29

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ডিফু সমষ্টিৰ বাবে আজি বিজেপি প্রার্থী অমৰ সিং তিছোৱে মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীৰ্গৰাকীয়ে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ ৰিটার্ণিং বিষয়া মথুমিতা ভাগৱতীৰ হাতত মনোনয়ন দাখিল কৰে। ...

April 2, 2024 7:31 PM

views 37

প্রথম পর্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া আৰম্ভ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট নির্বাচনী জিলাত এবছেণ্টি ভোটদাতাসকলৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত প্রথম পর্যায় অর্থাৎ ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া অব্যাহত থাকিব। উল্লেখযোগ্...

April 2, 2024 7:25 PM

views 83

বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটত বৰপেটা জিলা দলৰ বিজয়

♦ ৰাজ্যৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত দক্ষ ক্ৰিকেট খেলুৱৈ সৃষ্টিৰ বাবে অসম ক্রিকেট সংস্থাৰ অধীনৰ ক্ৰিকেট একাডেমীসমূহৰ মাজত বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বৰপেটা মণ্ডলৰ চূড়ান্ত খেলখনত আজি বৰপেটা জিলা দল বিজয়ী হয়। এই জয়ৰ ফলত বৰপেটা জিলা দলটোৱে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চূড...

April 2, 2024 7:23 PM

views 39

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলায়। ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনু...

April 2, 2024 7:21 PM

views 28

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবা...

April 2, 2024 7:18 PM

views 88

পোখৰাণত ভাৰতীয় বায়ু সেনাৰ সৰ্ববৃহৎ অনুশীলন গগণ শক্তিৰ আয়োজন

♦ ভাৰতীয় বায়ু সেনাই ৰাজস্থানৰ জয়চালমাৰ জিলাৰ পোখৰাণত সৰ্ববৃহৎ অনুশীলন গগণ শক্তিৰ আয়োজন কৰিছে। কালি আৰম্ভ হোৱা এই অনুশীলন ১০ এপ্ৰিললৈকে চলিব। এই অনুশীলনত বায়ু সেনাই সকলো ডাঙৰ যুদ্ধ বিমান আৰু আধুনিক হেলিকপ্তাৰেৰে নিজৰ আক্ৰমণাত্মক ক্ষমতা প্ৰদৰ্শন কৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি, ভাৰতীয় সেনাই ...

April 2, 2024 7:18 PM

views 42

চীনে অৰুণাচলৰ বহু ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতৰ গৰিহণা

♦ চীনে অৰুণাচল প্ৰদেশৰ ভালেমান ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতে গৰিহণা দিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কৈছে যে, এনেধৰণৰ মনেসজা নামে অৰুণাচল প্ৰদেশৰ বাস্তৱিকতা সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু আগলৈও অভিন্ন অংগ হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ ...

April 2, 2024 7:11 PM

views 24

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বাবে নির্বাচন আয়োগৰ ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ

♦ নির্বাচন আয়োগে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বিষয় লৈ মতামত আগবঢ়োৱা আৰু সমগ্ৰ প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ কৰিছে। এই ৰাজ্যকেইখনৰ ভিতৰত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা আছে। বিশেষ পৰ্য্যবেক...

April 2, 2024 7:09 PM

views 99

আগন্তুক ৭দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী সাত দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে ৫ এপ্রিল পৰ্য্যন্ত উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি অঞ্চলৰ কেতবোৰ ঠাইত মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট, বাল্...