March 31, 2024 9:24 PM March 31, 2024 9:24 PM
27
বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ শোক প্রকাশ
বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে শোক প্রকাশ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চর্যাগীতিকোষ আদিৰ দৰে অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ভাষাবিদগৰাকীৰ মৃত্যু জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি...