May 9, 2024 11:52 AM

views 28

বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ ৰাওনা ড° হিমন্ত বিশ্ব শর্মা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মা আজি বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ যাব। ড° শৰ্মাই নৱৰংগপুৰ লোকসভা সমষ্টিৰ মলকানগিৰিত এখন জনসভাক সম্বোধন কৰিব। পাছত...

May 8, 2024 8:28 PM

views 17

ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণৰ

বিজেপিৰ জ্যেষ্ঠ নেত্রী তথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে আজি ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন কৰে। শ্ৰীগান্ধীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে আজি সামাজিক মাধ্যমযোগে আজি কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ৰাজহু...

May 8, 2024 8:25 PM

views 18

পিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছেঃ সুধাংশু ত্রিবেদী

বিজেপিয়ে ভাৰতীয় সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ছেম পিত্রোডাক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, শ্ৰীপিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছে। তেওঁ কয়যে লোকসভা নির্বাচন আগ...

May 8, 2024 8:19 PM

views 21

বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয...

May 8, 2024 8:20 PM

views 25

বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়েঃ মোদী

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু ত...

May 8, 2024 8:16 PM

views 24

ঐতিহাসিক ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত ১২টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয...

May 8, 2024 8:07 PM

views 24

উত্তৰ-পূব সীমান্ত ৰে’লৱে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কোনো কোনো ঠাইত অতিৰিক্তভাৱে ৰে’লগাড়ী ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে কেইবাখনো ৰে'লগাড়ী কোনো কোনো ঠাইত অতিৰিক্তভাৱে ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ বিজনী আৰু কৈঠালকুছিত, পুৰী-কামাখ্যা এক্সপ্ৰেছ বিজন...

May 8, 2024 8:02 PM

views 24

আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন

থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসঙ্গতিৰ বাবে তেজৰ ...

May 8, 2024 7:58 PM

views 51

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত ৭ দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্রজ্বলন, থিয়নাম পৰিবেশন আদি কাৰ্যসূচীৰে গোন্ধ যাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে ক...

May 11, 2024 12:14 PM

views 32

লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গ...