May 15, 2024 8:05 PM

views 17

যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত যোৰহাট ষ্টেডিয়ামত কাৰাটে একাডেমী উদ্বোধন

সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত তথা যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত এটা কাৰাটে একাডেমী উদ্বোধন কৰা হয়। সন্থাটোৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত জিলা কাৰাটে সন্থাৰ বিষয়ববীয়াকে ধৰি জিলাখনৰ ক্ৰীড়া সংগঠক তথা ছাত্র-ছাত্রী উপস্থিত থাকে।

May 15, 2024 8:03 PM

views 21

লোকসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৱে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পঞ্চম আৰু ষষ্ঠ পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া ৪৯টা আৰু ৫৭টা সংসদীয় সমষ্টিত নিয়...

May 15, 2024 8:01 PM

views 17

মনিষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩০ মে’লৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিছ'দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩০ মে'লৈ বৃদ্ধি কৰে। চি বি আয়ে ছিছ'দিয়াক এজন অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰি এই গোচৰটো ৰুজু কৰিছিল। ছিছ’দিয়াই ন্যায়িক জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পাছত ভিডিঅ' কনফ...

May 15, 2024 7:58 PM

views 13

প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে নিউজ ক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ বি আৰ গাৱাই আৰু সন্দীপ মেহতাক লৈ গঠিত এখন বিচাৰপীঠে আজি গোচৰটো সংক্ৰান্তত ন্যায়িক জিম্মাত ৰখাৰ প্ৰতিলিপি দাখিল কৰিব নোৱাৰাৰ বাবে প্ৰতিষ্ঠাপক গৰাকীৰ গ্ৰেপ্তাৰ বৈধ নহয় বুলি মত প্ৰকাশ কৰে। অৱশ্যে ন্...

May 15, 2024 6:22 PM

views 25

আবকাৰী নীতি কেলেংকাৰি সংক্ৰান্তীয় গোচৰত আম আদমী পাৰ্টীক সহ অভিযুক্ত কৰা হ’ব বুলি দিল্লী উচ্চ ন্যায়ালয়ক অৱগত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে, দিল্লী উচ্চ ন্যায়ালয়ক আবকাৰী নীতি কেলেংকাৰি সংক্ৰান্তীয় গোচৰত আম আদমী পাৰ্টীক সহ অভিযুক্ত কৰা হ'ব বুলি অৱগত কৰিছে। এই গোচৰত দলটোৰ মুৰববী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি তিনিজন মূল নেতাক কাৰাগাৰত বন্দী কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে কোনো এটা ৰাজনৈ...

May 15, 2024 6:19 PM

views 17

আগ্ৰাত থলুৱা ভ্ৰাম্যমান চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন

ভাৰতীয় বায়ুসেনা বাহিনীয়ে আগ্ৰাত থলুৱা ভ্ৰাম্যমান চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন কৰিছে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, জৰুৰীকালীন সময়ত যিকোনো ঠাইতে খৰতকীয়াকৈ স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত এনে উদ্ভাৱনীমূলক প্রযুক্তি এটা বৃহৎ সফলতা। এই ভীষ্ম প্ৰকল্পৰ যোগেদি কমেও ২০...

May 15, 2024 6:13 PM

views 21

ইউনিভাৰচিটী অৱ ব’ল্টন ইনষ্টিটিউট অফ মেডিচিনৰ সৈতে নতুন দিল্লীৰ এইমছৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এইমছ নতুন দিল্লীয়ে ইউনিভাৰচিটী অৱ ব'ল্টন ইনষ্টিটিউট অফ মেডিচিনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি চিকিৎসা গৱেষণা, উদ্ভাৱন আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। এইমছ কর্তৃপক্ষই এটা বিবৃতিযোগে জনাইছে যে এই বুজাবুজিৰ চুক্তিয়ে দুয়োখন প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অহা যোৱা, শৈক্ষি...

May 15, 2024 6:05 PM

views 23

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ১৬ পইণ্ট অর্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে গুৱাহাটীত অহা ১৯ ...

May 15, 2024 6:01 PM

views 23

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ২৫ মে'ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আজি...

May 15, 2024 5:57 PM

views 12

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ ১৫ মে'ত প্ৰতিষ্ঠা লাভ কৰা বিভাগটোৱে বিগত ৬৭ বছৰ ধৰি জনসাধাৰণক তথ্য, শিক্ষা আৰু জ্ঞানৰ খোৰাক যোগাই আহিছে। বহুজন হিতায়, বহুজন সুখায় বাণীক সাৰোগত কৰি বিভাগটোৱে শ্ৰোতাক নিৰপেক্ষ আৰু শুদ্ধ তথ্যৰে বাতৰি দিয়াৰ লগতে ভাষাৰ ক্ষে...